সৰীসৃপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''সৰীসৃপ''' ({{lang-en|Reptilia}}) বোৰ প্ৰথম প্ৰকৃত [[স্থলচৰ]] [[প্ৰাণী]]৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া [[প্ৰাণী]]বোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ কৰি [[জল]],[[স্থল]] সৰ্বত্ৰ বিয়পি পৰে৷ মেছ'যইক যুগত সৰীসৃপৰ প্ৰৱল বিকাশ আৰু প্ৰভাৱৰ বাবে এই যুগক '''সৰীসৃপৰ সোনালী যুগ''' বুলি কোৱা হয়৷<ref name=" গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷</ref>৷
 
[[File:Reptile003d.jpg|thumb|right|Reptiles, from ''Nouveau Larousse Illustré'', 1897-1904: Notice the inclusion of [[amphibian]]s (below the crocodiles).]]
"https://as.wikipedia.org/wiki/সৰীসৃপ"ৰ পৰা অনা হৈছে