"কোষ (জীৱবিজ্ঞান)"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

52 বাইট যোগ দিয়া হ’ল ,  8 বছৰৰ পূৰ্বে
==কোষৰ প্ৰকাৰ==
 
১৯৫৭ খৃ:ত '''ডগহাৰ্টি(Dougherty)''' এ সৰ্বপ্ৰথমে [[কোষকেন্দ্ৰ]]ৰ গঠনৰ ওপৰত ভিত্তি কৰি [[জীৱ]]জগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে৷ তেওঁ প্ৰকৃত [[কোষকেন্দ্ৰ]]বিহীন আদিম প্ৰকৃতিৰ কোষক ''প্ৰকোষকেন্দ্ৰীয় কোষ'' (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত [[কোষকেন্দ্ৰ]]যুক্ত কোষক ''সংকোষকেন্দ্ৰীয় কোষ'' (Eukaryotic cell) হিচাপে আখ্যা দিয়ে৷ আধুনিক [[জীৱ]]বিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে৷
 
===প্ৰকোষকেন্দ্ৰীয় কোষ===
#[[প্ৰাণী]]কোষৰ বাহিৰে [[উদ্ভিদ]]কোষত কোষবেৰ থাকে৷
#শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কন্ড্ৰিয়াত থাকে৷
#[[হৰিৎকণা]] বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত [[সালোকসংশ্লেষণ]] ঘটে৷<ref name="গ্ৰন্থ ১" />
 
==কোষৰ আকৃতি==
608

টা সম্পাদনা