বেক্টেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
ফৰ্মেট |
||
1 নং শাৰী:
'বেক্টেৰিয়া' ({{lang-en|Bacteria}}) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ [[এককোষী জীৱ]]৷ '''এণ্টন ফন লিউৱেনহ'ক'''(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷ বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)
[[File:Antoni van Leeuwenhoek.png|thumb|right|[[
[[File:E.-coli-growth.gif|thumb|
[[File:Streptococcus mutans Gram.jpg|right|thumb|গ্ৰাম ষ্টেইনেৰে দেখা পোৱা ''Streptococcus mutans''
==বেক্টেৰিয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ==
21 নং শাৰী:
বেক্টেৰিয়াই [[মাটি]],[[পানী]],[[বতাহ]],[[মহাকাশ]] সকলো ঠাইতে বাস কৰে৷ তাৰোপৰি বিভিন্ন [[খাদ্যবস্তু]],[[ফল-মূল]],[[বস্ত্ৰ]],[[উদ্ভিদ]] আৰু [[প্ৰানীদেহ]],[[মানুহৰ মুখগহ্বৰ]],[[অন্ত্ৰ]],[[জনন অংগ]] আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়৷ বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে৷ কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে ,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে৷ অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি৷
[[File:Bacterial infections and involved species.png|thumb|
==আকৃতি==
79 নং শাৰী:
বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) [[জীৱ]]তকৈ বেলেগ৷ এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় [[জীৱ]]ৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা [[কোষ]] দাতা(donor) ৰপৰা আন এটা [[কোষ]] গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়৷ ফলত
গ্ৰহীতা বেক্টেৰিয়া [[কোষ]]ৰ গুণগত পাৰ্থক্য দেখা যায়৷ এই প্ৰক্ৰিয়াটোক ''জিনগত পুনৰ সংযোজন(genetic recombination)'' বোলে৷ পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া [[কোষ]]টোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷
<!--
[[File:Gram Stain Anthrax.jpg|thumb|right|''[[Bacillus anthracis]]'' (stained purple) growing in [[cerebrospinal fluid]]]]
85 নং শাৰী:
[[File:SalmonellaNIAID.jpg|thumb|right|Color-enhanced scanning electron micrograph showing ''[[Salmonella typhimurium]]'' (red) invading cultured human cells]]
-->
|