ভাইৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:জীৱবিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
চিত্ৰ সংযোগ
1 নং শাৰী:
{{Taxobox
'''ভাইৰাছ''' ({{lang-en|Virus}}) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল 'বিষ' ([[প্ৰাণী]]ৰপৰা উৎপন্ন হোৱা বিষ)৷ বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে৷ ১৮৯৬ খৃ:ত '''উইলিয়াম বাইজিৰিংকে''' এ [[ধঁপাত]] পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে৷
| color = violet
| name = Viruses
| image = Rotavirus Reconstruction.jpg
| image_caption = [[Rotavirus]]
| virus_group = I–VII
| subdivision_ranks = Groups
| subdivision = I: [[dsDNA virus]]es

II: [[ssDNA virus]]es

III: [[dsRNA virus]]es

IV: [[positive-sense ssRNA virus|(+)ssRNA viruses]]

V: [[negative-sense ssRNA virus|(−)ssRNA viruses]]

VI: [[ssRNA-RT virus]]es

VII: [[dsDNA-RT virus]]es}}

'''ভাইৰাছ''' ({{lang-en|Virus}}) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল 'বিষ' ([[প্ৰাণী]]ৰপৰা উৎপন্ন হোৱা বিষ)৷ নিউক্লিয় প্ৰটিনৰদ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী,অবিকল্পী পৰজীৱী,অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু,যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে,কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে৷ বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে৷ ১৮৯৬ খৃ:ত '''উইলিয়াম বাইজিৰিংকে''' এ [[ধঁপাত]] পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে৷
==ভাইৰাছৰ সংজ্ঞা==

==ভাইৰাছৰ প্ৰকৃতি==
নিউক্লিয় প্ৰটিনৰদ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী,অবিকল্পী পৰজীৱী,অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু,যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে,কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে৷

==ভাইৰাছৰ প্ৰকৃতি==

বহুকাল ধৰি ভাইৰাছৰ প্ৰকৃতি নিৰ্ধাৰণ এক তৰ্ক-বিতৰ্কৰ বিষয় হৈ আছে৷ তথাপিও আধুনিক ভাইৰ'ল'জিষ্টসকলে ভাইৰাছৰ প্ৰকৃতি সম্বন্ধে ব্যাখ্যা দিছে এইদৰে-
Line 26 ⟶ 37:

==ভাইৰাছৰ আকাৰ আৰু আকৃতি==

===আকাৰ===

ভাইৰাছ অতিশয় ক্ষুদ্ৰ অৰ্থাৎ [[অণু]]-আণুবীক্ষণিক (sub-microscopic) বস্তু৷ অকল ইলেক'ট্ৰন [[অণুবীক্ষণ]] যন্ত্ৰৰ সহায়তহে ভাইৰাছৰ আকাৰ জনা সম্ভৱ৷ ভাইৰাছৰ গড় ব্যাস ৮-২৮০ বা ৩০০ মিলিমাইক্ৰন৷ আকাৰৰ ফালৰপৰা আটাইতকৈ সৰু ভাইৰাছটো হ'ল ঘৰচীয়া [[জীৱ-জন্তু]]ৰ [[মুখ]] আৰু [[ভৰি]]ত ৰোগ সৃষ্টিকাৰী '''ৰাইন'ভাইৰাছ '''(আকাৰ ১০-১২nm)৷ আনহাতে,ডাঙৰ ভাইৰাছটো হ'ল '''বসন্ত ভাইৰাছ''' (আকাৰ ৩০০-৪০০nm)৷ কিছুমান ভাইৰাছৰ আকাৰ এনেধৰণৰ- হাৰ্পিছ ভাইৰাছ (১৩৩-২৩৩nm ),জলাতঙ্ক ভাইৰাছ (১২৫nm ),ইনফ্লুয়েঞ্জা ভাইৰাছ (৮০-১০০nm ),প'লিঅ' ভাইৰাছ (২৮-৩০nm )ইত্যাদি৷
{{Multiple image

|align=right
|direction=vertical
|width=180
|image1= TMV structure simple.png
|caption1=Structure of tobacco mosaic virus: [[RNA]] coiled in a helix of repeating protein sub-units
|image2=Icosahedral Adenoviruses.jpg
|caption2=Electron micrograph of icosahedral [[adenovirus]]
|image3=Varicella (Chickenpox) Virus PHIL 1878 lores.jpg
|caption3=[[Herpesviridae|Herpes viruses]] have a lipid envelope

===আকৃতি===

"https://as.wikipedia.org/wiki/ভাইৰাছ"ৰ পৰা অনা হৈছে