শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
তথ্য সংযোগ |
অNo edit summary |
||
1 নং শাৰী:
'''শেলাই'''({{lang-en|Algae}}) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক [[উদ্ভিদ]]৷ ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়৷ বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে৷<ref name="গ্ৰন্থ ১" />
Line 35 ⟶ 4:
শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ [[পানী]]ত বা অপৰিষ্কাৰ দুৰ্গন্ধময় [[পানী]]ত ওপঙি থাকে অথবা [[পানী]]ত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে [[উদ্ভিদ]] বা [[প্ৰাণী]]ৰ দেহত অন্তৰ (endophyte)[[উদ্ভিদ]] হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই [[ভেঁকুৰ]]ৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷
[[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color [[Scanning electron micrograph]] of the unicellular [[coccolithophore]], ''[[Gephyrocapsa]] oceanica''.]]
==দেহৰ গঠন==
|