গৰাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
 
==দৈহিক গঠন==
গৰালৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯৫-১৩০ ছে:মি: আৰু ওজন ৩৫-৪২ কিলোগ্ৰাম৷ ইয়াৰ ছালখন মুগা বা মুগা-মটিয়া বৰণীয়া, ডিঙিৰ অংশৰ ৰং পাতল আৰু ৰাজহাড়ৰ ওপৰেদি দীঘলীয়া গাঢ় আঁচ এডাল থাকে৷
The Himalayan goral is {{convert|95|to|130|cm|in|abbr=on}} in length and weighs {{convert|35|-|42|kg|lb|abbr=on}}. It has a gray or gray-brown coat with tan legs, lighter patches on its throat, and a single dark stripe along its spine. Males have short manes on their necks. Both males and females have backward-curving horns which can grow up to {{convert|18|cm|in|abbr=on}} in length.
 
মতা গৰালৰ ডিঙিত কেশৰ দেখা যায়৷ মতা-মাইকী উভয়ৰে পিছলৈ ঘোৰ খাই থকা শিং থাকে৷ এনে শিঙৰ দৈৰ্ঘ্য প্ৰায় ১৮ ছে:মি পৰ্যন্ত হয়৷ মূল ৰাজহাড়ৰ গঠনৰ পাৰ্থক্যৰ উপৰিও গৰালৰ ওচৰ সম্পৰ্কীয় [[দেও ছাগলী]]ৰ সৈতে শৰীৰৰ পাৰ্থক্য আছে৷ উদাহৰণস্বৰূপে দেও ছাগলীৰ দৰে গৰালৰ চকুৰ তলত 'প্ৰিঅৰবিটেল গ্ৰন্থি (preorbital glands) দেখা পোৱা নাযায়৷
In addition to certain peculiarities in the form of the [[skull]], gorals are chiefly distinguished from the closely related [[serow]]s in that they do not possess [[preorbital gland]]s below their [[eye]]s, nor corresponding depressions in their skulls.
 
==বাসস্থান আৰু বিস্তৃতি==
"https://as.wikipedia.org/wiki/গৰাল"ৰ পৰা অনা হৈছে