পাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
14 নং শাৰী:
#পাতৰ কক্ষত সদায় কক্ষমুকুল থাকে৷
#এইবিলাক কাণ্ড বা শাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে৷
#পাতৰ বৃদ্ধি নিৰ্দিষ্ট বা নিয়ত (definite) হয়৷
 
 
 
Line 32 ⟶ 33:
*পুষ্পপত্ৰ (Floral leaf) : ফুলৰ বিভিন্ন চক্ৰৰ প্ৰতিটো অংশকে পুষ্পপত্ৰ বোলে৷ এইবিলাক ৰূপান্তৰিত পাত৷
 
*প্ৰ’ফিল (Prophyll) : যেতিয়া কাণ্ড বা শাখাৰ প্ৰথম কেইটামান পাত সাধাৰণ পাতৰ দৰে নহয়,কাঁইট বা আকৰ্ষৰ দৰে হয়, তেতিয়া সেইবিলাক পাতক প্ৰ'ফিল বোলে৷ যেনে- [[বেলগছ]]ৰ কাঁইট,[[নেমু]]ৰ কাঁইট,[[লাউ]]ৰ আকৰ্ষ৷<ref name="উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৪৩৬ </ref>৷
 
 
Line 64 ⟶ 65:
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
"উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৪৩৬
 
 
 
"https://as.wikipedia.org/wiki/পাত"ৰ পৰা অনা হৈছে