দিলীপ কুমাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত । ট্ৰেজেদী কিং...
 
শ্ৰেণী:ভাৰতীয় অভিনেতা যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
1 নং শাৰী:
দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত । ট্ৰেজেদী কিং’ নামেৰে বিখ্যাত অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’ । নায়ক হিচাপে ছটা দশকত ৬০খনৰো ওপৰত ছবি উপহাৰ দিয়া দিলীপ কুমাৰ পদ্মবিভূষণ, দাদা চাহেব ফাল্কে উপাধিৰে বিভূষিত হৈছে । ১৯৯৮ চনত দ্বৈত ভূমিকাত অভিনয় কৰা ‘কিলা’ ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি । এসময়ৰ মোহময়ী অভিনেত্ৰী ছায়েৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দিলীপ কুমাৰ বৰ্তমান মুম্বাইৰ লীলাৱতী হাস্পতালত শ্বাসপ্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছে । তেখেতৰ বৰ্তমান বয়স ৯১ বছৰ । দিলীপ কুমাৰে অভিনয় কৰা ছখন ছবিত কণ্ঠ নিগৰাইছিল গায়ক মান্না দেই । সেইকেইখন হৈছে ইনসানিয়ৎ, দেৱদাস, মুছাফিৰ, মধুমতী, পৈগাম আৰু ক্ৰান্তি ।
 
[[শ্ৰেণী:ভাৰতীয় অভিনেতা]]