বেক্টেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:জীৱবিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
'''বেক্টেৰিয়া''' ({{lang-en|Bacteria}}) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ [[এককোষী জীৱ]]৷ '''এণ্টন ফন লিউৱেনহ'ক'''(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷ বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে৷ পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী '''লুই পাস্তৰ''' (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী '''ৰবাৰ্ট কক''' (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া৷ ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে৷ <ref name="> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৫০ ৷</ref>৷
[[File:Antoni van Leeuwenhoek.png|thumb|right|[[এণ্টন ফন লিউৱেনহ'ক]], [[অণুবীক্ষণ যন্ত্ৰ]]ৰে বেক্টেৰিয়াৰ সন্ধান পোৱা প্ৰথম অণুজীৱবিদ।]]
[[File:E.-coli-growth.gif|thumb|right|ই ক'লাই বেক্টেৰিয়াৰ এটা কলনী''<ref>{{cite journal|author=Stewart EJ, Madden R, Paul G, Taddei F |title=Aging and death in an organism that reproduces by morphologically symmetric division |journal=PLoS Biol. |volume=3 |issue=2 |pages=e45 |year=2005 |pmid=15685293 |doi=10.1371/journal.pbio.0030045|pmc=546039}}</ref>]]