ভাইৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চিত্ৰ সংযোগ
No edit summary
14 নং শাৰী:
VII: [[dsDNA-RT virus]]es}}
 
'''ভাইৰাছ''' ({{lang-en|'''Virus'''}}) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল 'বিষ' ([[প্ৰাণী]]ৰপৰা উৎপন্ন হোৱা বিষ)৷ নিউক্লিয় প্ৰটিনৰদ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী,অবিকল্পী পৰজীৱী,অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু,যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে,কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে৷ বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে৷ ১৮৯৬ খৃ:ত '''উইলিয়াম বাইজিৰিংকে''' এ [[ধঁপাত]] পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে৷
 
==প্ৰকৃতি==
"https://as.wikipedia.org/wiki/ভাইৰাছ"ৰ পৰা অনা হৈছে