পাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
[[File:3D rendering of a micro CT scan of a piece of dried leaf..ogg|thumb|300pixel|3D rendering of a [[computed tomography|µCT]] scan of a leaf piece, resolution circa 40 µm/[[voxel]].]]
 
'''পাত''' ({{lang-en|leaf'''Leaf'''}}) [[ উদ্ভিদ]]ৰ অংগজ অংগ৷ কাণ্ডৰ গাঁঠিৰ পৰা এইবিলাক বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হয়৷ এইবিলাক দেখাত [[সেউজীয়া ]] আৰু চেপেটা হয়৷ কাণ্ড বা শাখা-প্ৰশাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হোৱা বহল,চেপেটা,পাৰ্শ্বীয় অংগজ অংগটোক পাত বোলে৷ সাধাৰণতে পাত কাণ্ড বা শাখা-প্ৰশাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে আৰু এইবিলাকৰ কক্ষত এক বা একাধিক মুকুল থাকে৷ [[সেউজীয়া]] হোৱাত এইবিলাকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিব পাৰে৷ [[সালোকসংশ্লেষণ]]ৰ বাহিৰেও আৰু প্ৰস্বেদন বিভিন্ন গেছীয় পদাৰ্থৰ আদান-প্ৰদান পাতৰ মাধ্যমত হয়৷<ref name=" গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৪৩৬ ৷</ref>৷
 
 
==পাতৰ বৈশিষ্ট্য==
Line 30 ⟶ 31:
*পুষ্পপত্ৰ (Floral leaf) : ফুলৰ বিভিন্ন চক্ৰৰ প্ৰতিটো অংশকে পুষ্পপত্ৰ বোলে৷ এইবিলাক ৰূপান্তৰিত পাত৷
 
*প্ৰ’ফিল (Prophyll) : যেতিয়া কাণ্ড বা শাখাৰ প্ৰথম কেইটামান পাত সাধাৰণ পাতৰ দৰে নহয়,কাঁইট বা আকৰ্ষৰ দৰে হয়, তেতিয়া সেইবিলাক পাতক প্ৰ'ফিল বোলে৷ যেনে- [[বেলগছ]]ৰ কাঁইট,[[নেমু]]ৰ কাঁইট,[[লাউ]]ৰ আকৰ্ষ৷ <ref name="গ্ৰন্থ ১" />
 
 
Line 62 ⟶ 63:
==তথ্য সংগ্ৰহ==
{{Reflist}}
"উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৪৩৬
 
"https://as.wikipedia.org/wiki/পাত"ৰ পৰা অনা হৈছে