শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

129 নং শাৰী:
অম্বুবাচীৰ চাৰিদিন বাদ দি প্ৰত্যেক দিনাই এই নামঘৰ ভাগিলৈ বিভিন্ন ঠাইৰ সেৱক সকল আহি ধূপ-চাকি, শৰাইৰ দ্ৰব্য-বস্তু, সোণ-ৰূপৰ ফুল, ফুলৰ গামোছা আদি বিভিন্ন সামগ্ৰী সভক্তিৰে তামোল-পাণ সমন্বিতে আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণ কৰেহি। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ভক্তই উচ্চ-নীচ, ধনী-দুখীয়া আদি বৈষম্যৰ ভাৱ পাহৰি অগণন চাকি বন্তি জ্বলাই শৰাইৰ দ্ৰব্য আবঢ়ায়। দান-বৰঙনি দি নাম-প্ৰসঙ্গ, পাঠ আদিত অংশ গ্ৰহন কৰেহি। এনেদৰেই নামঘৰত প্ৰতিদিনে চাৰিওপ্ৰসঙ্গ , পাঠ, নাম, সেৱা-শুশ্ৰূষাৰ আদি দৈনন্দিনকৰ্ম গতানুগতিক ভাৱে প্ৰচলিত হৈ আছে।<ref name=" দৈনন্দিন কৰ্ম" />
 
==বাৰ্ষিক কৰ্ম==
==নামঘৰৰ কাৰ্যসূচী==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অতি প্ৰাচীন কালৰে পৰাই বিশেষ কেইভাগিমান বাৰ্ষিক কৰ্ম উদ্‌যাপন কৰি অহা হৈছে। এই বাৰ্ষিক কৰ্মসমূহৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব বৰবাৰিকৰ ওপৰতে থাকে। নিৰ্দিষ্ট সময়ত বাৰ্ষিক কৰ্‌ম আহিলেই বৰ বাৰিকে প্ৰতি খেলৰ বাৰিকসকলক আগজাননী দিয়ে। বৰ বাৰিকৰ পৰা জাননী পালেই প্ৰতি খেলৰ বাৰিক সকলে পচকীয়া ৰাইজৰ ঘৰে ঘৰে গৈ চান্দা-বৰঙণি সংগ্ৰহ কৰি দ্ৰব্য সামগ্ৰীৰে নিৰ্দিষ্ট কৰ্মৰ দিনা আগতীয়াকৈ যোগান ধৰি যাৱতীয় কাৰ্য পালন কৰে। কিন্তু বৰ বাৰিকে কৰ্ম সম্পাদনৰ কাৰণে পূজাৰী, গুৰু, ভকত বৈষ্ণৱ আদি সকলোকে যথাসময়ত নিমন্ত্ৰণ দিয়াৰ পৰা আৰম্ভ কৰি কৰ্ম সমাপ্তিলৈকে গুৰ-ভকতক সেৱা শুশ্ৰূষা, দান-দক্ষিণা দি বিদায় সম্ভাষণ পৰ্যন্ত সকলো কামৰ দায়িত্ব পালন কৰে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উদ্‌যাপিত কৰা বাৰ্ষিক কৰ্ম সমূহ হ’ল: বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ।<ref name="কাৰ্য্যসূচী">{{cite web | url=http://athkhelianamghar.org/programs.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কাৰ্য্যসূচী | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ইয়াৰ উপৰিও কুৰি শতিকাৰ শেষাৰ্দ্ধৰ পৰা ৰাস মহোৎসৱ, বৰষা ভাওনা আদিও পালন কৰিবলৈ লোৱা হৈছে।<ref name="বাৰ্ষিক কৰ্ম">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাৰ্ষিক কৰ্ম | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৫৩ৰপৰা ৬০ পৃ্ষ্ঠা }}</ref>
পুৰুষ সংহতিৰ পৰা [[একশৰণ নাম ধৰ্ম]]ৰ ১৪ প্ৰসংগৰ প্ৰচলন হৈছে। এই প্ৰসংগ অনুসৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত দৈনিক নাম-প্ৰসংগৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও আঠখেলীয়া নামঘৰত বিভন্ন উৎসৱ পালন কৰা হয়। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’ল<ref name="কাৰ্য্যসূচী">{{cite web | url=http://athkhelianamghar.org/programs.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কাৰ্য্যসূচী | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref>:
 
===বৰসৱাহ===
{| class="wikitable"
|-
===পানীতোলা সৱাহ===
! উৎসৱৰ নাম !! বিশেষত্ব
 
|-
===নামলোৱা সৱাহ===
| ''বাৰ সবাহ'' || [[ব’হাগ মাহ]]ৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়। “পাঠকে” গোৱা [[নাম-প্ৰসংগ]], [[থিয় নাম]] হৈছে এই উৎসৱৰ মূল বিষয়বস্তু।<ref name="কাৰ্য্যসূচী" />
 
|-
===ন-চাউলৰ সৱাহ===
| ''পানী-তোলা সবাহ আৰু পানী ভাওনা'' || [[জেঠ মাহ]]ত পানী তোলা সবাহ আৰু পানী ভাওনা উৎসৱ পালন কৰা হয়। সেই দিনা “কুমাৰী” ছোৱালীহঁতে তিনিটা বিশেষ নদী ঘাটৰ পৰা পানী তুলি আনে আৰু “সিংহাসন”ত দিয়ে।<ref name="কাৰ্য্যসূচী" />
 
|-
===ৰাস মহোৎসৱ===
| ''ভাদ নাম'' || [[ভাদ মাহ]]টো অসমীয়া সমাজৰ বাবে এটা পৱিত্ৰ মাহ। নামঘৰত শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথিৰ লগতে ভাদ মাহৰ সকলো দিনতে নাম-প্ৰসংগৰ আয়োজন কৰা হয়।<ref name="কাৰ্য্যসূচী" />
===বৰষা ভাওনা===
|-
| ''ৰাস মহোৎসৱ'' || [[সংস্কৃত ভাষা|সংস্কৃত]] শব্দ “নৱ ৰাস”ৰ পৰা “ৰাস” শব্দটো আহিছে। শৰৎ কালৰ পূৰ্ণিমাৰ আগদিনা [[শ্ৰী কৃষ্ণ|কৃষ্ণ]]ই গোপীসকলৰ লগত নৃত্য কৰে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত এই ৰাস মহোৎসৱৰ উলহ-মালহেৰে আয়োজন কৰা হয়।<ref name="কাৰ্য্যসূচী" />
|-
| ''ন চাউলৰ সবাহ'' || [[আঘোণ মাহ]]ত ধান খেতি চপোৱাৰ পাছত এই উৎসৱ পালন কৰা হয়। শ্ৰী কৃষ্ণৰ নামত নতুন চাউল নামঘৰত দিয়াৰ এক পৰম্পৰা অসমীয়া সমাজত আছে।<ref name="কাৰ্য্যসূচী" />
|}
 
==চিত্ৰ ভঁৰাল==