শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
32 নং শাৰী:
==নামকৰণ==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰভাগিৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। কুৰি শব্দৰ অৰ্থ হৈছে চুবুৰি বা কোনো ঠাইৰ একখণ্ড। এই আঠটা কুৰিৰ ৰাইজে একেলগে সমাজ পাতি ধৰ্মীয় কাৰ্য পালন কৰি খোৱা লোৱাৰ ব্যৱস্থা কৰাৰ বাবেই আঠখেলীয়া নামকৰণেৰে পৰিগণিত হৈছে।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref><ref name="বিষয়ে" /> অসম বুৰঞ্জীৰ মতে আহোম স্বৰ্গদেউসকলে প্ৰণালীবদ্ধভাৱে কৃষি জনা লোকক বাদ দি প্ৰসাৰণ মুখী কৃষি কৰিবৰ বাবে পাইক প্ৰথাৰ ব্যৱস্থা কৰিছিল। পাইকৰ ওপৰত থকা ডাঙৰ ডাঙৰ গোটৰ সমষ্টিবোৰক খেল বুলিছিল। ৰজাঘৰীয়া তেনে বাবখোৱা একোজন লোক একো-একোটা কুৰি বা চুবুৰীত বসবাস কৰি বিয়া-বাৰু কৰাই সেইখন সমাজৰ লোকৰ মাজত মিলি গৈছিল। সেই ৰজাঘৰীয়া বাব খোৱা লোকৰ সেই বিষয় বাব অনুসৰিয়েই একো একোটা খেলৰো নামকৰণ কৰা হৈছিল।<ref name="উপক্ৰমনিকা"> {{cite journal | title= উপক্ৰমনিকা | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= শ্ৰী যোগেন শইকীয়া | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ২২, ২৩ আৰু ২৪ পৃ্ষ্ঠা}}</ref>
১৯৭০ চনৰ আগলৈকে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰক শ্ৰী শ্ৰী আঠখেলীয়া হৰিমন্দিৰ বুলিহে জনাজাত আছিল। বৰ্তমানৰ প্ৰৱেশদ্বাৰৰ জপনাতো পূৰ্বতে শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ বুলিহে খোদিত আছে। ১৯৭০ চনৰ পাছৰ পৰাহে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুলি নামকৰণ কৰা হয়।<ref name="
==ইতিহাস==▼
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। ছাৰ এডৱাৰ্ড গেইটৰ ‘History of Assam’ নামৰ বুৰঞ্জীত উল্লেখ কৰিছে যে ত্ৰয়োদশ শতিকাৰ কছাৰী ৰাজ্য কলং নদীৰ পৰা [[দিখো নদী]]লৈ বৃস্তিত আছিল। <ref> History Of Assam by E A Gait পৃষ্ঠা: ২৪৮-২৪৯ </ref> সেই সূত্ৰে কোনোবা এজন কছাৰী ৰজাই বৰ্তমানৰ নামঘৰৰ স্থানত এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি উপাস্য দেৱতাক পূজা সেৱা কৰিছিল। সময়ৰ সোঁতত কোনো প্ৰাকৃতিক কাৰণ যেনে – ভূমিকম্প, বানপানী বা অন্য বিশেষ কাৰণৰ হেতু এই মন্দিৰ ধ্বংস হ’ল। কাকডোঙা, মক্ৰং দুয়োখন নদীৰ প্লাৱনে মন্দিৰৰ ধ্বংসস্তুপ পুতি পেলালে। কালক্ৰমত হাবিয়ে ঢাকি পেলালে আৰু অজান পৰিৱেশৰ অটব্য অৰণ্যৰ সৃষ্টি হ’ল। কোনো সন্ত সিদ্ধ পুৰুষৰ ভক্তিৰ বলত এই স্থানত প্ৰকট হৈ পুনশ্চ দিব্য শক্তিৰ প্ৰকাশ ঘটিল।<ref name=" পৰ্যালোচনা "/> জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ সেৱা পূজা উপাসনা আৰম্ভ হৈছিল। এই স্থানৰ পৰা ৫/৭ কিঃমিঃ নিলগৰ বৰহোলা চাহ বাগানৰ এটা নলা খান্দোতে এটা শিৱ মূৰ্তি উদ্ধাৰ হৈছিল। সেই মূৰ্তিটো পণ্ডিতসকলে নৱম শতিকাৰ অৰ্থাৎ প্ৰাক আহোম যুগৰ বুলি অনুমান কৰিছে।<ref> স্মৃতিগ্ৰন্থ; বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী </ref> ▼
পূৰ্ব-পুৰুষৰ মৌখিক কথাৰ পৰাই জানিবলৈ পোৱা মতে সম্প্ৰীতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্তলোকৰ আশ্ৰম আছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত। অন্যহাতে, অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সেয়ে, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায়। ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।<ref name="ইতিহাস" />▼
আহোম স্বৰ্গদেউ ল’ৰাৰজাই অবৈধভাৱে আহোম ৰাজপাট দখল কৰিছিল। তেওঁৰ শাসনকালত গদাপাণি কোঁৱৰে (আহোম নাম: [[গদাধৰ সিংহ]]) ছদ্মৱেশ ধৰি পৰ্বতে-পাষণ্ডে ঘূৰি ফুৰোতে হঠাৎ এদিন আহি এই সন্ত লোকৰ আশ্ৰ পায়হি আৰু তেৰাক দৰ্শন পাই তেৰাৰ আশ্ৰয়তে কিছুদিন আশ্ৰমতে থাকিবলৈ লয়। প্ৰবাদ আছে যে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি ল’ৰা ৰজাৰ চাউদাংহঁতে সেই স্থান পাইছিলগৈ। কিন্তু আশ্ৰমৰ চাৰিওফালে বেত, বাঁহ, তৰা, ইকৰাকে আদি কৰি গছ-গছনিৰে ভৰপূৰ আৰু আশ্ৰমলৈ সোমাই যোৱা পথটিও অগণন ডাঠ মকৰা জাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনো সন্ধান নাপাই চাউদাংহঁতে তাৰ পৰা অন্য দিশে গতি কৰিছিল। গদাপাণি কোঁৱৰে আশ্ৰমৰ পৰা ওলাই যাওঁতে আশ্ৰমৰ পথত আবৃত হৈ থকা ডাঠ মকৰাজাল আঁতৰাই বাহিৰত মানুহৰ অসংখ্য খোজৰ চিন আৰু দুই এপদ ৰজাঘৰীয়া মানুহৰ সৰঞ্জাম পাই তেওঁক বিচাৰি ফুৰা চাউদাং বিলাক বিলাক বুলি নিঃসন্দেহে জানিব পাৰিছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ "/>▼
সেই সন্ত পুৰুষজনে গদাপাণিক ভৱিষ্যতবাণী কৰিছিল যে তেওঁ ভৱিষ্যতে দেশৰ ৰজা হ’ব পাৰিব। গদাপাণিয়েও ৰজা হ’লে সন্ত পুৰুষক মন্ত্ৰী বাব এটি দিয়াৰ বাক্য দিছিল। সময় বাগৰাৰ লগে লগে আহোম ৰাজতন্ত্ৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি অনুসৰি ১৬৮১ খ্ৰীষ্টাব্দত গদাপণি কোঁৱৰে ৰাজ সিংহাসন লাভ কৰে। গদাধৰ সিংহই আত্মগোপন কালৰ এৰি অহা ঘটনাৱলী স্মৰণ কৰি সেই সন্ত লোক জনক বিচাৰি মানুহ পঠাইছিল। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নগ’ল। সেই সন্তগৰাকীৰ পাছত কি হ’ল বা ক’লৈ গ’ল সেই কথা আজিও সকলোৰে অজ্ঞাত হৈয়ে থাকিল। ▼
সন্তজনৰ কোনো সম্ভেদ নাপাই গদাপাণিয়ে সন্ত লোকৰ নিবাস স্থলৰ ক্ষেত্ৰভাগিৰ উন্নতিৰ হকে ভিন্ন বৃত্তিধাৰী, ভিন্ন সম্প্ৰদায়ৰ ৮ পাইকৰ গোটৰ ওপৰতেই আশ্ৰমখনৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতি পালনৰ দায়িত্ব অৰ্পণ কৰিছিল।<ref name=" পৰ্যালোচনা "/> শিৱ মন্দিৰলৈ বা ক্ষেত্ৰলৈ পাইক আদি ঊচ্ছৰ্গা কৰা উদাহৰণো তেওঁৰ ৰাজত্ব কালৰ কাৰ্যাৱলীত উল্লেখ আছে।<ref> শিৱ; ড০ নিৰ্মল প্ৰভা বৰদলৈ; পৃষ্ঠা:১৫০ </ref> সেই আঠটা পৰিয়াল সমাজবদ্ধ হৈ একো-একোটা কুৰি (চুবুৰীত) পৰিণিত হয়গৈ। এনেদৰেই এখনি আশ্ৰমৰ পৰাই আঠটা পৰিয়ালৰ তত্বাৱধানত সমাজবদ্ধ হৈ, একেটা পৱিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকুৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰিল<ref name="ইতিহাস" /> আৰু সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজপাতি খোৱা-লোৱা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। সেয়েহে এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া, পাছত আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ " /> ▼
সময়ৰ গতিত সেই মন্দিৰ বৰ্তমান নামঘৰ হিচাপে প্ৰখ্যাত হৈ পৰিল। বৰ্তমান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমগ্ৰ দেশৰ বৈষ্ণৱ পন্থাৰ লোকৰ তীৰ্থস্বৰূপ। এইয়া [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰভাৱৰ ফলশ্ৰুতি। সময়ৰ লগত ক্ষেত্ৰ ভাগি বিকাশ আৰু উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় খেলৰ ৰাইজে ধৰ্মীয় পৰম্পৰা তথা বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰ মন্দিৰ’ৰ সলনি’নামঘৰ’ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে ১৯৭০ চনৰ পিছৰ পৰাহে। বৰ্তমান বৈষ্ণৱ ধৰ্মৰ সমূহ আচাৰ-নীতিৰে নামঘৰৰ কাম-কাজ পৰিচালিত হয়।▼
==খেল বা কুৰিসমূহ==
# ''বচাকুড়ি'' : ৰজাই বিভিন্ন কামৰ বাবে এই খেলৰ লোকসকলক নিযুক্তি কৰিছিল।▼
#''বৈৰাগীকুড়ি'' : এই খেলৰ লোকসকলক অন্যন্য ৰাজ্য বা বিদেশৰ ৰজালৈ বাৰ্তা পঠিয়াবলৈ ৰজাৰ দূত হিচাপে নিযুক্তি দিয়া হৈছিল।▼
# ''ব্ৰাহ্মণকুড়ি'' : ধৰ্মীয় কাম-কাজৰ বাবে আহোম ৰজাসকলে দেশৰ বিভিন্ন ঠাইৰ পৰা ব্ৰহ্মণ আনিছিল। কিছু সংখ্যক ব্ৰাহ্মণৰ লগতে আন আন লোকো এই খেলৰ অন্তৰ্গত আছিল।▼
# ''নাঙলকুড়ি'' : এই খলৰ লোকসকল খেতিৰ লগত জড়িত কাম-কাজ সমূহৰ দায়িত্বত আছিল।▼
# ''শলালকুড়ি'' : শলাল মানে হৈছে জ্ঞানী। তেওঁলোকে গাঁৱৰ লোকসকলক পৰিচালনা কৰিছিল। তেওঁলোকৰ পৰিয়াল আৰু বংশধৰ সমূহ লগ লাগি এই খেলৰ সৃষ্টি কৰে।▼
# ''কছাৰীকুড়ি'' : কছাৰী এজন মানুহৰ নাম আছিল। তেওঁৰ নামতে এই খেলৰ উৎপত্তি হয়। ▼
# ''বৰাহীকুড়ি'' : বৰাহী জনগোষ্ঠীৰ লোকসকল এই খেলৰ অন্তৰ্গত আছিল। পৰৱৰ্তী কালত, তেওঁলোক বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।▼
# ''কাকতিকুড়ি'' : কাকতি হৈছে আহোম ৰজাই দিয়া এটা উপাধি। মাটি লগত সম্পৰ্কীয় বিভিন্ন হিচাপ তেওঁলোকে চোৱা-চিতা কৰিছিল। এই কাকতিসকল লগ লাগি এই খেলৰ সৃষ্টি কৰে।▼
;বচাকুৰি
Line 43 ⟶ 65:
;ব্ৰাহ্মণ কুৰি
আহোম ৰাজত্বৰ সময়ত কনৌজৰ পৰা ব্ৰাহ্মণ আৰু কায়স্থ সকলক আনি উচ্চ পদত নিযুক্তি দিয়াৰ উপৰিও ধৰ্মীয় কাৰ্য পালন কৰিবৰ বাবে ভূমি আদি দি সংস্থাপন দিয়াৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। আদিম অৱস্থাত তেনে কোনো ব্ৰাহ্মণৰ পৰিয়াল থকাৰ কাৰণেই সেই ঠাইখণ্ড ব্ৰাহ্মণ কুৰিখেল নামেৰেই প্ৰখ্যাত হৈ পৰিল।<ref name="
;নাঙ্গল কুৰি
Line 60 ⟶ 82:
কাকতি হ’ল মাটিবাৰী হিচাপ পত্ৰ ৰখা, সেই মাটিৰ উৎপন্ন শস্যৰ হিচাপ, পাইক আদিৰ লেখ বুজ কৰা আৰু আন আন হিচাপ-নিকাচ ৰখা বিষয়া। কোনো সমাজত তেনে কোনো বিষয়া থকাৰ বাবেই পাছত কাকতি কুৰি খেলৰ নামকৰণ হয়।
বিশেষতঃ বৰাহী কুৰি আৰু কাকতি কুৰি এই দুটা খেলৰ লোক সকল কালৰ কৱলত পৰি একেবাৰেই আঠখেলৰ পৰা নিঃশেষ হৈ গ’ল।<ref name="
▲==ইতিহাস==
▲শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। ছাৰ এডৱাৰ্ড গেইটৰ ‘History of Assam’ নামৰ বুৰঞ্জীত উল্লেখ কৰিছে যে ত্ৰয়োদশ শতিকাৰ কছাৰী ৰাজ্য কলং নদীৰ পৰা [[দিখো নদী]]লৈ বৃস্তিত আছিল। <ref> History Of Assam by E A Gait পৃষ্ঠা: ২৪৮-২৪৯ </ref> সেই সূত্ৰে কোনোবা এজন কছাৰী ৰজাই বৰ্তমানৰ নামঘৰৰ স্থানত এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি উপাস্য দেৱতাক পূজা সেৱা কৰিছিল। সময়ৰ সোঁতত কোনো প্ৰাকৃতিক কাৰণ যেনে – ভূমিকম্প, বানপানী বা অন্য বিশেষ কাৰণৰ হেতু এই মন্দিৰ ধ্বংস হ’ল। কাকডোঙা, মক্ৰং দুয়োখন নদীৰ প্লাৱনে মন্দিৰৰ ধ্বংসস্তুপ পুতি পেলালে। কালক্ৰমত হাবিয়ে ঢাকি পেলালে আৰু অজান পৰিৱেশৰ অটব্য অৰণ্যৰ সৃষ্টি হ’ল। কোনো সন্ত সিদ্ধ পুৰুষৰ ভক্তিৰ বলত এই স্থানত প্ৰকট হৈ পুনশ্চ দিব্য শক্তিৰ প্ৰকাশ ঘটিল।<ref name=" পৰ্যালোচনা "/> জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ সেৱা পূজা উপাসনা আৰম্ভ হৈছিল। এই স্থানৰ পৰা ৫/৭ কিঃমিঃ নিলগৰ বৰহোলা চাহ বাগানৰ এটা নলা খান্দোতে এটা শিৱ মূৰ্তি উদ্ধাৰ হৈছিল। সেই মূৰ্তিটো পণ্ডিতসকলে নৱম শতিকাৰ অৰ্থাৎ প্ৰাক আহোম যুগৰ বুলি অনুমান কৰিছে।<ref> স্মৃতিগ্ৰন্থ; বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী </ref>
▲পূৰ্ব-পুৰুষৰ মৌখিক কথাৰ পৰাই জানিবলৈ পোৱা মতে সম্প্ৰীতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্তলোকৰ আশ্ৰম আছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত। অন্যহাতে, অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সেয়ে, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায়। ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।<ref name="ইতিহাস" />
▲আহোম স্বৰ্গদেউ ল’ৰাৰজাই অবৈধভাৱে আহোম ৰাজপাট দখল কৰিছিল। তেওঁৰ শাসনকালত গদাপাণি কোঁৱৰে (আহোম নাম: [[গদাধৰ সিংহ]]) ছদ্মৱেশ ধৰি পৰ্বতে-পাষণ্ডে ঘূৰি ফুৰোতে হঠাৎ এদিন আহি এই সন্ত লোকৰ আশ্ৰ পায়হি আৰু তেৰাক দৰ্শন পাই তেৰাৰ আশ্ৰয়তে কিছুদিন আশ্ৰমতে থাকিবলৈ লয়। প্ৰবাদ আছে যে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি ল’ৰা ৰজাৰ চাউদাংহঁতে সেই স্থান পাইছিলগৈ। কিন্তু আশ্ৰমৰ চাৰিওফালে বেত, বাঁহ, তৰা, ইকৰাকে আদি কৰি গছ-গছনিৰে ভৰপূৰ আৰু আশ্ৰমলৈ সোমাই যোৱা পথটিও অগণন ডাঠ মকৰা জাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনো সন্ধান নাপাই চাউদাংহঁতে তাৰ পৰা অন্য দিশে গতি কৰিছিল। গদাপাণি কোঁৱৰে আশ্ৰমৰ পৰা ওলাই যাওঁতে আশ্ৰমৰ পথত আবৃত হৈ থকা ডাঠ মকৰাজাল আঁতৰাই বাহিৰত মানুহৰ অসংখ্য খোজৰ চিন আৰু দুই এপদ ৰজাঘৰীয়া মানুহৰ সৰঞ্জাম পাই তেওঁক বিচাৰি ফুৰা চাউদাং বিলাক বিলাক বুলি নিঃসন্দেহে জানিব পাৰিছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ "/>
▲সেই সন্ত পুৰুষজনে গদাপাণিক ভৱিষ্যতবাণী কৰিছিল যে তেওঁ ভৱিষ্যতে দেশৰ ৰজা হ’ব পাৰিব। গদাপাণিয়েও ৰজা হ’লে সন্ত পুৰুষক মন্ত্ৰী বাব এটি দিয়াৰ বাক্য দিছিল। সময় বাগৰাৰ লগে লগে আহোম ৰাজতন্ত্ৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি অনুসৰি ১৬৮১ খ্ৰীষ্টাব্দত গদাপণি কোঁৱৰে ৰাজ সিংহাসন লাভ কৰে। গদাধৰ সিংহই আত্মগোপন কালৰ এৰি অহা ঘটনাৱলী স্মৰণ কৰি সেই সন্ত লোক জনক বিচাৰি মানুহ পঠাইছিল। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নগ’ল। সেই সন্তগৰাকীৰ পাছত কি হ’ল বা ক’লৈ গ’ল সেই কথা আজিও সকলোৰে অজ্ঞাত হৈয়ে থাকিল।
▲সন্তজনৰ কোনো সম্ভেদ নাপাই গদাপাণিয়ে সন্ত লোকৰ নিবাস স্থলৰ ক্ষেত্ৰভাগিৰ উন্নতিৰ হকে ভিন্ন বৃত্তিধাৰী, ভিন্ন সম্প্ৰদায়ৰ ৮ পাইকৰ গোটৰ ওপৰতেই আশ্ৰমখনৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতি পালনৰ দায়িত্ব অৰ্পণ কৰিছিল।<ref name=" পৰ্যালোচনা "/> শিৱ মন্দিৰলৈ বা ক্ষেত্ৰলৈ পাইক আদি ঊচ্ছৰ্গা কৰা উদাহৰণো তেওঁৰ ৰাজত্ব কালৰ কাৰ্যাৱলীত উল্লেখ আছে।<ref> শিৱ; ড০ নিৰ্মল প্ৰভা বৰদলৈ; পৃষ্ঠা:১৫০ </ref> সেই আঠটা পৰিয়াল সমাজবদ্ধ হৈ একো-একোটা কুৰি (চুবুৰীত) পৰিণিত হয়গৈ। এনেদৰেই এখনি আশ্ৰমৰ পৰাই আঠটা পৰিয়ালৰ তত্বাৱধানত সমাজবদ্ধ হৈ, একেটা পৱিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকুৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰিল<ref name="ইতিহাস" /> আৰু সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজপাতি খোৱা-লোৱা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। সেয়েহে এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া, পাছত আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ " />
▲সময়ৰ গতিত সেই মন্দিৰ বৰ্তমান নামঘৰ হিচাপে প্ৰখ্যাত হৈ পৰিল। বৰ্তমান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমগ্ৰ দেশৰ বৈষ্ণৱ পন্থাৰ লোকৰ তীৰ্থস্বৰূপ। এইয়া [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰভাৱৰ ফলশ্ৰুতি। সময়ৰ লগত ক্ষেত্ৰ ভাগি বিকাশ আৰু উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় খেলৰ ৰাইজে ধৰ্মীয় পৰম্পৰা তথা বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰ মন্দিৰ’ৰ সলনি’নামঘৰ’ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে ১৯৭০ চনৰ পিছৰ পৰাহে। বৰ্তমান বৈষ্ণৱ ধৰ্মৰ সমূহ আচাৰ-নীতিৰে নামঘৰৰ কাম-কাজ পৰিচালিত হয়।
▲আঠটা ''খেল'' বা ''কুড়ি'' সমূহ হৈছে:
▲# ''বচাকুড়ি'' : ৰজাই বিভিন্ন কামৰ বাবে এই খেলৰ লোকসকলক নিযুক্তি কৰিছিল।
▲#''বৈৰাগীকুড়ি'' : এই খেলৰ লোকসকলক অন্যন্য ৰাজ্য বা বিদেশৰ ৰজালৈ বাৰ্তা পঠিয়াবলৈ ৰজাৰ দূত হিচাপে নিযুক্তি দিয়া হৈছিল।
▲# ''ব্ৰাহ্মণকুড়ি'' : ধৰ্মীয় কাম-কাজৰ বাবে আহোম ৰজাসকলে দেশৰ বিভিন্ন ঠাইৰ পৰা ব্ৰহ্মণ আনিছিল। কিছু সংখ্যক ব্ৰাহ্মণৰ লগতে আন আন লোকো এই খেলৰ অন্তৰ্গত আছিল।
▲# ''নাঙলকুড়ি'' : এই খলৰ লোকসকল খেতিৰ লগত জড়িত কাম-কাজ সমূহৰ দায়িত্বত আছিল।
▲# ''শলালকুড়ি'' : শলাল মানে হৈছে জ্ঞানী। তেওঁলোকে গাঁৱৰ লোকসকলক পৰিচালনা কৰিছিল। তেওঁলোকৰ পৰিয়াল আৰু বংশধৰ সমূহ লগ লাগি এই খেলৰ সৃষ্টি কৰে।
▲# ''কছাৰীকুড়ি'' : কছাৰী এজন মানুহৰ নাম আছিল। তেওঁৰ নামতে এই খেলৰ উৎপত্তি হয়।
▲# ''বৰাহীকুড়ি'' : বৰাহী জনগোষ্ঠীৰ লোকসকল এই খেলৰ অন্তৰ্গত আছিল। পৰৱৰ্তী কালত, তেওঁলোক বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।
▲# ''কাকতিকুড়ি'' : কাকতি হৈছে আহোম ৰজাই দিয়া এটা উপাধি। মাটি লগত সম্পৰ্কীয় বিভিন্ন হিচাপ তেওঁলোকে চোৱা-চিতা কৰিছিল। এই কাকতিসকল লগ লাগি এই খেলৰ সৃষ্টি কৰে।
[[চিত্ৰ:Entrance of Athkheliya Namghar 2.jpg.jpg|thumb|right|270px|]]
152 নং শাৰী:
==চিত্ৰ ভঁৰাল==
{{wide image|A VIEW OF POND INDSIDE THE ATHKHELIYA NAMGHAR.jpg|600px|আঠখেলীয়া নামঘৰৰ প্ৰাঙ্গণ}}
==তথ্য সংগ্ৰহ==
{{Reflist|2}}
==বাহ্যিক সংযোগ==
Line 164 ⟶ 160:
*{{URL|http://athkhelianamghar.org|শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আনুষ্ঠানিক ৱেবছাইট}}
* [http://bijitdutta.wordpress.com/2013/08/25/athkhelia-namghar/ Athkhelia Namghar, Golaghat]
[[শ্ৰেণী:অসমৰ ধৰ্মীয় স্থান]]
[[শ্ৰেণী:গোলাঘাট]]
|