গলমণিকা নাচনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চৰাইৰ প্ৰজাতি
Content deleted Content added
নতুন পৃষ্ঠা
(কোনো পাৰ্থক্য নাই)

12:15, 24 October 2013ৰ সংস্কৰণ

গলমণিকা নাচনী (ইংৰাজী: Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva)এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই৷

গলমণিকা নাচনী (Red-breasted Flycatcher)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Muscicapidae
গণ: Ficedula
প্ৰজাতি: F. parva
বৈজ্ঞানিক নাম
Ficedula parva
(Bechstein, 1792)

বিৱৰণ

প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়৷ ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া৷ তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়৷ এই চৰাইবিধৰ ঠোঁট ক'লা আৰূ জোঙা হয়৷

অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে৷

বিতৰণ

এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে৷

 
Red Breasted Flycatcher, wintering in Nagpur

বাসস্থান

গলমণিকা নাচণি চৰাই সাধাৰণতে They are found mainly deciduous woodlands, especially near water. [2]

আচৰণ

খাদ্য

ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷

প্ৰজনন

They build an open nest in a tree hole or similar recess. 4–7 eggs are laid.

তথ্যসুত্ৰ