প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q82 (translate me)
No edit summary
6 নং শাৰী:
'''প্ৰিন্টাৰ''' সমূহ সাধাৰণতে ধীৰ গতিযুক্ত সযুলি, প্ৰতি মিনিটত ৩০ খন পৃষ্ঠা প্ৰিন্ট কৰিব পৰা ক্ষমতাটোক আটাইতকৈ দ্ৰুত বুলি কোৱা হয় যদিও বহু কম মুল্যৰ প্ৰিন্টাৰ সেইটো ক্ষমতা পাবলৈ সক্ষম নহয়। তথাপিও প্ৰিন্টাৰৰ গুনাগুন আৰু কাৰ্য্যপ্ৰক্ৰিয়া বৃদ্ধি ঘটাৰ ফলত ইয়াক আজিকালি প্ৰায় ঘৰে ঘৰে ব্যৱহাৰ কৰা দেখা যায়, অৰ্থাৎ আগতে ডিটিপি চেন্টাৰ আদিত বৃত্তিগত মানুহৰ দ্বাৰা কৰিবলগীয়া কাম বিলাক আজিকালি মানুহে প্ৰিন্টাৰৰ সহায়ত ঘৰতে নিজেই কৰি লব পৰা হৈছে।
 
পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ প্ৰিন্টাৰ উনবিংশ শতিকাত ছাৰ্লচ বেবেজে সাজি উলিয়ায়।<ref>{{citation | url = http://news.bbc.co.uk/1/hi/sci/tech/710950.stm | title = Babbage printer finally runs | publisher = BBC News | date = 13 April 2000}}</ref>
 
 
প্ৰিন্টাৰৰ অনুকৰণ কৰিব পৰা [[চফ্টৱেৰ|চফ্টৱেৰো]] আছে, যাক সাধাৰণতে প্ৰিন্ট কৰিবলগীয়া ডেটাসমূহ প্ৰিন্টাৰলৈ চিধা নপঠাই [[ফাইল চিষ্টেম (কম্পিউটাৰ)|PDF (Portable Document Format)]], [[ফাইল চিষ্টেম (কম্পিউটাৰ)|প'ষ্টস্ক্ৰিপ্ত (PS)]] আদি বিভিন্ন ৰূপত পাচত স্ক্ৰীনত পঢ়িবলৈ বা যিকোনো প্ৰিন্টাৰতে প্ৰিন্ট কৰিবলৈ সুবিধা হোৱাকৈ সাঁচি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।
 
 
==তথ্য  সংগ্ৰহ==
{{Reflist}}