পৰিৱেশ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
116 নং শাৰী:
এইবোৰ পৰপোষী আৰু পুষ্টি আহৰণৰ বাবে উৎপাদকৰ ওপৰত নির্ভৰশীল। পুখিৰীত তিনি ধৰণৰ উপভোক্তা পোৱা যায়।
 
(i) মুখ্য বা প্রাথমিক উপভোক্তা: (Primary consumers)এইবোৰ বিভিন্ন আকৃতিৰ তৃণভোজী প্রাণী। এইবোৰক দুটা ভাগত ভগাব পাৰি।
 
বেন্থছ (Benthos): এইবোৰ প্রাণী পুখুৰীৰ তলিভাগত ভাগ কৰে আৰু পুখুৰীৰ পৰিৱেশ তন্ত্ৰ নিয়নন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। উদাহৰণ – পতঙ্গ, পতঙ্গৰ পলু, মাছ, হামুক, ক্ৰাষ্টেছিয়া, জোক , কেঁচু ইত্যাদি।প্রাণী প্লাৱক (Zooplanktons): এইবোৰ হ’ল পুখুৰীৰ পানীত বাস কৰা কেতবোৰ ক্ষুদ্র আকৃতিৰ প্রানী আৰু এইবোৰে উদ্ভিদ প্লাৱক ভক্ষণ কৰি জীয়াই থাকে। উদাহৰণ – ইউগ্লিনা (Euglena), কলিপ্‌ছ (Coleps), ডাইলেপটাছ (Dileptus),ইত্যাদি। কেতবোৰ ক্ৰাষ্টেছিয়া যেনো – ডাফনিয়া (Daphnia)), চাইক্ল’প্‌ছ (Cyclops), ষ্টেন’চাইপ্রিছ (Stenocypris) ইত্যাদিও প্রানীপ্লাৱকৰ উদাহৰণ।
a. বেন্থছ (Benthos): এইবোৰ প্রাণী পুখুৰীৰ তলিভাগত ভাগ কৰে আৰু পুখুৰীৰ পৰিৱেশ তন্ত্ৰ নিয়নন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। উদাহৰণ – পতঙ্গ, পতঙ্গৰ পলু, মাছ, হামুক, ক্ৰাষ্টেছিয়া, জোক , কেঁচু ইত্যাদি।
 
বেন্থছ (Benthos): এইবোৰb. প্রাণী পুখুৰীৰ তলিভাগত ভাগ কৰে আৰু পুখুৰীৰ পৰিৱেশ তন্ত্ৰ নিয়নন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। উদাহৰণ – পতঙ্গ, পতঙ্গৰ পলু, মাছ, হামুক, ক্ৰাষ্টেছিয়া, জোক , কেঁচু ইত্যাদি।প্রাণী প্লাৱক (Zooplanktons): এইবোৰ হ’ল পুখুৰীৰ পানীত বাস কৰা কেতবোৰ ক্ষুদ্র আকৃতিৰ প্রানী আৰু এইবোৰে উদ্ভিদ প্লাৱক ভক্ষণ কৰি জীয়াই থাকে। উদাহৰণ – ইউগ্লিনা (Euglena), কলিপ্‌ছ (Coleps), ডাইলেপটাছ (Dileptus),ইত্যাদি। কেতবোৰ ক্ৰাষ্টেছিয়া যেনো – ডাফনিয়া (Daphnia)), চাইক্ল’প্‌ছ (Cyclops), ষ্টেন’চাইপ্রিছ (Stenocypris) ইত্যাদিও প্রানীপ্লাৱকৰ উদাহৰণ।
 
(ii) দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): এইবোৰ হ’ল প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণীক খাদ্য হিচাপে গ্রহণ কৰা মাংসভোজী প্রাণী। উদাহৰণ – মাছ, পানীত বাস কৰা পতঙ্গ, ভেকুলী ইত্যাদি।