পৰিৱেশ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

99 নং শাৰী:
 
1. অজৈৱিক উপাদান: পুখুৰীত থকা মুখ্য অজৈৱিক উপাদানবোৰ হ’ল, পোহৰ, উষ্ণতা, pH, বিভিন্ন অজৈৱ আৰু জৈৱযৌগ যেনে, পানী, কার্বন-ডাই-অক্সাইড, অক্সিজেন, কেলছিয়াম, নাইট্রজেন, ফছফেট, নাইট্রেট, ক্ল’ৰাইড ইত্যাদি। পুখুৰীত থকা পোষক দ্রব্যবোৰৰ বেছি ভাগেই পুখুৰীৰ তলত গেদ (Sediments) হিচাপে জমা হৈ থাকে আৰু বাকীবোৰ পানীত লগত মিহলি হৈ জলজ জীৱবোৰৰ বাবে উপলভ্য হয়।
[[চিত্ৰ:চিত্ৰ 1.1: পুখুৰীৰ পৰিৱেশ তন্ত্ৰ।|thumbnail]]
চিত্ৰ 1.1: পুখুৰীৰ পৰিৱেশ তন্ত্ৰ।
 
2. জৈৱিক উপাদান: পুখুৰীৰ পানীত থকা জীৱিত উপাদানবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। যেনে – উৎপাদক, উপভোক্তা আৰু বিয়োজক।