পৰিৱেশ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

200 নং শাৰী:
অপৰদভোজী আৰু বিয়োজক জীৱৰ মাজত প্রর্থক্য:
 
''অপৰদভোজী (Detrivores) বিয়োজক জীৱৰ (Decomposers)''
1. অপৰদভোজীবোৰ হ’ল প্রাণী। এইবোৰে অপৰদ ভক্ষণ কৰি জীয়াই থাকে। 1. এইবোৰ হ’ল অনুজীৱ। এইবোৰে অৱশিষ্ট জৈৱ পদার্থবোৰৰ পৰা পুষ্টি আহৰণ কৰে।
2. অপৰদভোজীবোৰে মৰা পছা জৈৱ বস্তুবোৰ ভক্ষণ কৰে। 2. ইহঁতে উৎসেচক ক্ষৰণ কৰি জৈৱ পদার্থবোৰৰ বিয়োজন ঘটায়।