এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

85 নং শাৰী:
এৰিষ্ট'টলে স্মৃতি শব্দটো মূলত: দুটা অৰ্থত ব্যৱহাৰ কৰিছিল৷ প্ৰথমটো হ'ল, কোনো অভিজ্ঞতাই জন্ম দিয়া অনু্ভূতিৰ মুদ্ৰন কৰাৰ ক্ষমতা আৰু দ্বিতীয়টো হ'ল, কোনো বিশেষ সময়ত হোৱা এনে মুদ্ৰনৰ সৈতে উপজা বৌদ্ধিক অস্থিৰতা (intellectual anxiety)৷ যিহেতু স্মৃতি কিছু সময়ৰ বিৰতিত উৎপন্ন হয়, ই কেৱল অনুভূতি বা কোনো ভাৱ নহয়৷ সেয়ে স্মৃতি অতীতৰ {{sfn|Bloch|2007|p=25}} , অনুমান (prediction) ভৱিষ্যতৰ আৰু অনুভূতি (sensation) বৰ্তমানৰ৷ আমাৰ মনত থকা মানসিক চিত্ৰ মুদ্ৰিত ৰুপবোৰ হঠাতে আনিব (retrieval) নোৱাৰি৷ ইয়াৰ বাবে এক মাধ্যম (transitional channel ) ৰ প্ৰয়োজন হয়৷
 
এৰিষ্ট'টলে ধাৰণা কৰিছিল যে ৰসবোধ কম (slow-witted) থকা লোকৰ স্মৃতি শক্তি তুলনামূলকভাৱে বেছি ভাল হ'ব কাৰণ, তেনে লোকৰ মগজুত থকা জুলীয়া পদাৰ্থবোৰে স্মৃতিশক্তিৰ লগত জড়িত অংগৰ মুদ্ৰন ক্ষমতা নোহোৱা নকৰে৷ তেওঁ বিশ্বাস কৰিছিল যে শিশু আৰু বৃদ্ব লোকে ভালদৰে অভিজ্ঞতাসমূহ মুদ্ৰণ কৰিব নোৱাৰে৷ শিশুৰ দেহৰ বৃদ্বিৰ লগে লগে মগজুৰো ঘনাই পৰিৱৰ্ত্তন হয়৷ তেনেদৰে বৃদ্ধ লোকৰ অংগসমূহৰ কাৰ্য্যক্ষমতাও বয়সৰ লগে লগে কমি আহে৷ যিহেতু বৌদ্ধিক কাৰ্য্য (intellectual functions) স্মৃতিৰ সৈতে জড়িত নহয়, সেয়ে সময়বোধ থকা কিছুমান জীৱ-জন্তুৰো স্মৃতি থকা দেখা যায়৷
এৰিষ্ট'টলে ধাৰণা কৰিছিল যে slow-witted people have good memory because the fluids in their brain do not wash away their memory organ used to imprint experiences and so the “imprint” can easily continue. However, they cannot be too slow or the hardened surface of the organ will not receive new “imprints”. He believed the young and the old do not properly develop an “imprint”. Young people undergo rapid changes as they develop, while the elderly’s organs are beginning to decay, thus stunting new “imprints”. Likewise, people who are too quick-witted are similar to the young and the image cannot be fixed because of the rapid changes of their organ. Since intellectual functions are not involved in memory, memories belong to some animals too, but only those in which have [[perception]] of time.
 
===Recollection===
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে