এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
120 নং শাৰী:
===পদাৰ্থ বিদ্যা===
====পাচঁটা উপাদান====
এম্পেড’ক্লেচে আগবঢ়োৱা চাৰিটা উপাদানৰ ধাৰণাৰ লগত এৰিষ্ট'টলে পঞ্চমটো উপাদানৰ ধাৰণা আগবঢ়াই,
* পৃথিৱী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু শুকান; ই আধুনিক ধাৰণাৰ গোটা বস্তুৰ সৈতে একে।
* পানী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু ভিজা; ই আধুনিক ধাৰণাৰ তৰল পদাৰ্থৰ সৈতে একে।
* বায়ু (ধ্ৰুপদী উপাদান), যি তপত আৰু ভিজা; ই আধুনিক ধাৰণাৰ গেছীয় পদাৰ্থৰ সৈতে একে।
* জুই (ধ্ৰুপদী উপাদান), যি তপত আৰু শুকান; ইয়াৰ আধুনিক ধাৰণাৰ [[প্লাজমা]] আৰু [[তাপ]]ৰ সৈতে সম্পৰ্ক আছে।
* ইথাৰ (ধ্ৰুপদী উপাদান), যি মহাকাশত বিয়পি আছে আৰু যিহেৰে গ্ৰহ নক্ষত্ৰবোৰ গঠিত হৈছে।
Each of the four earthly elements has its natural place. All that is earthly tends toward the center of the universe, i.e., the center of the Earth. Water tends toward a sphere surrounding the center. Air tends toward a sphere surrounding the water sphere. Fire tends toward the lunar sphere (in which the Moon orbits). When elements are moved out of their natural place, they naturally move back towards it. This is "natural motion"—motion requiring no extrinsic cause. So, for example, in water, earthy bodies sink while air bubbles rise up; in air, rain falls and flame rises. Outside all the other spheres, the heavenly, fifth element, manifested in the stars and planets, moves in the perfection of circles.
|