এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
222 নং শাৰী:
===পশ্চিমীয়া খ্ৰীষ্টান ধৰ্মতাত্ত্বিক সকলৰ ওপৰত প্ৰভাৱ===
প্ৰাচীন গ্ৰীক সাহিত্য অপ্ৰচলিত হৈ থকাৰ বাবে ৬০০ এ ডিৰ পৰা ১০০০ লৈকে এৰিষ্ট'টলৰ বিষয়ে পশ্চিমীয়া ধৰ্মত্ত্বত কোনো উল্লেখ নাছিল৷ কেৱল ব'থিয়াছ (Boethius) এ তেওঁৰ '''Organon' ''নামৰ গ্ৰন্থখনৰ লেটিন ভাষালৈ কৰা তৰ্জমাৰ বাবেহে কিছু কিছু লোকে এৰিষ্ট'টল সম্পৰ্কে জানিছিল৷'' ''বাৰ আৰু তেৰ শতিকাত অৱষ্যে তেওঁৰ কৰ্মৰাজি লেটিনলৈ তৰ্জমা হোৱাৰ লগে লগে চিন্তাবিদ সকল এৰিষ্ট'টলৰ অৱদান সম্পৰ্কে আগ্ৰহী হৈ উঠিল৷ <ref>{{SEP|arabic-islamic-influence|Influence of Arabic and Islamic Philosophy on the Latin West}}</ref>
After [[Thomas Aquinas]] wrote his [[theology]], working from Moerbeke's translations, the demand for Aristotle's writings grew and the [[Greek language|Greek]] manuscripts returned to the West, stimulating a revival of Aristotelianism in Europe that continued into the [[Renaissance]].<ref>{{SEP|aristotelianism-renaissance|Aristotelianism in the Renaissance}}</ref>
|