আকাশবাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

192 বাইট যোগ দিয়া হ’ল ,  9 বছৰৰ পূৰ্বে
(শ্ৰেণী সংযোগ)
 
==ইতিহাস==
১৯২৭ চনত কেইটামান ৰেডিঅ' ক্নাৱৰ সহযোগত বৃটিচ ভাৰতত প্ৰথম অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। ১৯২৬ চনত হোৱা এখন চুক্তি মৰ্মে বেচৰকাৰী ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীক (IBC) দুটা অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অনুসৰি ১৯২৭ চনৰ ২৩ জুলাইত [[মুম্বাই|বোম্বাই]] কেন্দ্ৰ আৰু একে বছৰৰে ২৬ আগষ্টত [[কলকাতা]] কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয়। ১৯৩০ চনৰ ১ মাৰ্চত ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীৰ কাম-কাজ বন্ধ হৈ যোৱাত চৰকাৰে ১৯৩০ চনৰ ১ এপ্ৰিলত 'ইণ্ডিয়ান ষ্টেট ব্ৰ'ডকাষ্টিং চাৰ্ভিচ' গঠন কৰি অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰে। দুবছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ অন্তত ১৯৩২ চনৰ মে মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুনৰ পৰা এই কোম্পানীটো অল ইণ্ডিয়া ৰেডিঅ' বুলি নতুন নামকৰণ হয়।.<ref name=Milestones/>
১৯৩৯ চনৰ ১ অক্টোবৰৰ পৰা পুষ্টু ভাষাৰ কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰেডিঅ'ই বহিঃসেৱা আৰম্ভ কৰে। প্ৰকৃততে [[আফগানিস্থান]], [[ইৰাণ]] আৰু আৰৱীয় দেশসমূহক উদ্দেশি [[জাৰ্মানী|জাৰ্মানীয়ে]] কৰা উদ্দেশ্যধৰ্মী (propaganda) অনাতাঁৰ সম্প্ৰচাৰক প্ৰতিহত কৰিবলৈ এই বহিঃসেৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশখনত মাত্ৰ ৬টাহে অনাতাঁৰ কেন্দ্ৰ আছিল। এই কেইটা হ'ল- [[দিল্লী]], বোম্বাই, [[চেন্নাই|মাদ্ৰাজ]], [[লক্ষ্নৌ]], কলকাতা আৰু টিৰুচী। অনাতাঁৰ গ্ৰাহক যন্ত্ৰৰ সংখ্যা আছিল ২,৭৫,০০০। ১৯৫৬ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ আধিকাৰিক নাম আকাশবাণী কৰা হয়। ১৯৫৭ চনৰ ৩ অক্টোৱৰ তাৰিখে ৰেডিঅ' চিলোনৰ (Radio Ceylon) সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ [[বিবিধ ভাৰতী]] সেৱা উন্মোচন কৰা হয়। ১৯৫৯ চনত আকাশবাণীয়ে দিল্লী মহানগৰত দূৰদৰ্শন সেৱা আৰম্ভ কৰে। ১৯৭৬ চনৰ ১ এপ্ৰিলত<ref>[http://allindiaradio.org/Misc/AIR-Manual1/Chapter1.pdf AIR Manual, Chapter 1: History of All India Radio]{{dead link|date=June 2012}}</ref> দূৰদৰ্শন আকাশবাণীৰ পৰা পৃথক হৈ যায়। প্ৰথম এফ এম সেৱা বৰ্তমানৰ চেন্নাইত আৰম্ভ হয় ১৯৭৭ চনৰ ২৩ জুলাইৰ দিনা।<ref>[http://allindiaradio.org/milestone.html]{{dead link|date=June 2012}}</ref>
The১৯৩৬ wordচনত ''এম "Akashvani"''ভি wasগোপালাস্বামীয়ে coinedতেওঁৰ byবাসস্থান M."বিত্তাল V.বিহাৰ"ত Gopalaswamy(বৰ্তমান afterমহীশূৰৰ settingআকাশবাণী upচৌহদৰ theপৰা nation’s২০০ firstগজ privateআঁতৰত radio) stationদেশৰ inপ্ৰথমটো hisব্যক্তিগত residence,অনাতাঁৰ "Vittalকেন্দ্ৰ Vihar"স্থাপন (aboutকৰা 200সময়তে yards"আকাশবাণী" fromশব্দটোৰ AIR’sউদ্ভাৱন current location in [[Mysore]]) in 1936.কৰিছিল।<ref>[http://www.business-standard.com/india/news/mysore-akashavani-is-now-75-years-old/408172/ Mysore Akashavani is now 75 years old<!-- Bot generated title -->]</ref> ''Akashvani'' means "celestial announcement"; the word, ofএটা [[Sanskritসংস্কৃত]] origin,ভাষাৰ isআৰু oftenহিন্দু foundপৌৰাণিক inকথাৰ [[Hinduসৈতে mythology]].জড়িত When the gods wished to say something, an ''akashvani'' occurred. Literally, ''akash'' means "sky" and ''vani'' means "sound" or "message".শব্দ।<ref>[http://en.bab.la/dictionary/english-hindi/celestial-announcement BabLa dictionary] Retrieved 2011-10-15.</ref> Thus, ''Akashvani'' seemed to be fit for use by a radio broadcaster and was later adopted as All India Radio's on-air name after independence.
 
==লগতে চাওক==
12,719

টা সম্পাদনা