এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
41 নং শাৰী:
প্ৰায় ১৮ বছৰ বয়সত প্লেট'জ একাডেমীত (Plato's Academy) শিক্ষাগ্ৰহণৰ বাবে তেওঁ [[এথেন্স]]লৈ যায়। প্ৰায় ২০ বছৰ সেই শিক্ষানুস্থানত থাকি তেওঁ ৩৪৮/৪৭ খ্ৰীষ্টপূৰ্বত এথেন্স ত্যাগ কৰে। প্ৰচলিত কাহিনীমতে [[প্লেট']]ৰ মৃত্যুৰ পাছত একাডেমীৰ নিয়ন্ত্ৰণ প্লেট'ৰ ভতিজাক স্পে'ছিপছৰ হাতলৈ যোৱাৰ পাছত একাডেমীৰ সিদ্ধান্তত অসন্তুষ্ট হৈ তেওঁ একাডেমী ত্যাগ কৰে। অৱশ্যে এইটোও সম্ভৱ যে মেচিডনবিৰোধী অনুভূতিলৈ ভয় কৰি প্লেট'ৰ মৃত্যুৰ আগেয়েই তেওঁ একাডেমী ত্যাগ কৰিছিল।<ref name="Lord Intro">Carnes Lord, Introduction to ''The Politics'', by Aristotle (Chicago: University of Chicago Press, 1984).</ref>
 
ইয়াৰ পিছত তেওঁ বন্ধু '[[Hermias of Atarneus]]' ৰ এছিয়া মিনৰ (Asia Minor) ত থকা সভাসদলৈ [[Xenocrates]] ৰ সৈতে যায়৷ এছিয়াত থকা কালত এৰিষ্ট'টলে '[[Theophrastus]]' ৰ সৈতে '[[Lesbos]]' দ্বীপলৈ যায়৷ এই দ্বীপত দুয়ো মিলি ইয়াৰ উদ্ভিদ তথা প্ৰাণীসমূহৰ ওপৰত অধ্যয়ন কৰে বুলি জনা যায়৷ এৰিষ্ট'টলে হাৰমিয়াজ ( Hermias) ৰ ভতিজা পিথিয়াছ ([[Pythias]]) ৰ সৈতে বিবা্হ পাশত আবদ্ধ হয়৷ তেওঁলোকৰ এগৰাকী ছোৱালী সন্তানৰ জন্ম হয় যাৰ নামো পিথিয়াছ ৰখা হয়৷ হাৰমিয়াজৰ মৃত্যুৰ পিছতে এৰিষ্ট'টলক [[Philip II of Macedon]] এ এৰিষ্ট'টলক খ্ৰীষ্টপূৰ্য় ৩৪৩ শতিকাত তেওঁৰ পুত্ৰ আলেকজেণ্ডাৰ শিক্ষা দিবলৈ অনুৰোধ কৰে৷<ref name="philosophy1972">Bertrand Russell, "A History of Western Philosophy", Simon & Schuster, 1972</ref>
 
[[File:Arabic aristotle.jpg|thumb|An early Islamic portrayal of Aristotle (r) and [[Alexander the Great]] (l).]]
এৰিষ্ট'টল ৰাজকীয় বিদ্যালয় (royal academy) মেচিডন ( [[Macedon]]) প্ৰধান শিক্ষ হিচাপে অধিষ্ঠিত হয়৷ এইসময়ছোৱাত আলেকজেণ্ডাৰৰ উপৰিও ভৱিষ্যতৰ মহাৰজা টলেমি ( [[Ptolemy I Soter|Ptolemy]]) আৰু কেছেণ্ডাৰ ( Cassande) ক এৰিষ্ট'টলে শিক্ষা দিয়ে৷ <ref name="Peter Green">Peter Green, ''Alexander of Macedon'', 1991 University of California Press, Ltd. Oxford, England. Library of Congress Cataloging-in-Publication Data, p.58–59</ref> এৰিষ্ট'টলে আলেকজেণ্ডাৰক পূবৰ দেশসমূহ জয় কৰিবলৈ উৎসাহ দিয়ে বুলি জনা যায়৷ <ref name="Peter Green"/>
 
খ্ৰীষ্টপূৰ্ব ৩৩৫ শতিকাত তেওঁ এথেন্সলৈ উভতি আহে আৰু '[[Lyceum (Classical)|Lyceum]]' নামেৰে নিজাকৈ বিদ্যালয় স্থাপন কৰে৷ এই বিদ্যালয় এৰিষ্ট'টলে বাৰ বছৰ ধৰি বিভিন্ন পাঠদান পৰিচালনা কৰে৷ এইসময়তে এথেন্সত তেওঁৰ পত্নী পিথিয়াছৰ মৃত্যু হয়৷ পৰৱৰ্ত্তী কালত তেওঁ হাৰ্পিলিছ ( [[Herpyllis]] ) ক বিয়া কৰায় আৰু তেওঁলোকৰ এটা ল'ৰাসন্তান জন্ম হয় যাৰ নাম [[Nicomachus (son of Aristotle)|Nicomachus]] ৰাখে৷ <ref>William George Smith,''Dictionary of Greek and Roman Biography and Mythology'', vol. 3, [http://www.ancientlibrary.com/smith-bio/2421.html p. 88]</ref>
 
এথেন্সত থকা এই কালছোৱাতে খ্ৰীষ্টপূৰ্য় ৩৩৫-৩২৩ শতিকাৰ ভিতৰত এৰিষ্ট'টলে তেওঁৰ প্ৰায়ভাগ সৃষ্টি কৰা বুলি জনা যায়৷ <ref name="philosophy1972"/> তেওঁৰ লিখনিসমূহৰ ক্ষুদ্ৰ অংশএটাহে সংৰক্ষণ হৈ থাকিল৷ ইয়াৰ ভিতৰত বিদ্যালয়ত বা শিষ্যসকলক কৰা পাঠদানৰ অংশসমূহেই প্ৰধান৷ এইসমূহৰ ভিতৰত প্ৰধান হ'ল-''[[Physics (Aristotle)|Physics]]'', ''[[Metaphysics (Aristotle)|Metaphysics]]'', ''[[Nicomachean Ethics]]'', ''[[Politics (Aristotle)|Politics]]'', ''[[De Anima]] (On the Soul)'' আৰু ''[[Poetics (Aristotle)|Poetics]]''.
 
এৰিষ্ট'টলে সেইসময়ৰ সম্ভৱ হোৰা সকলোবোৰ বিষয় অধ্যয়ন কৰাই নহয়, বেছিভাগতেই তেওঁ অতি উল্লেখযোগ্য অৱদানো আগবঢ়াই গৈছে৷ তাত্বিক বিজ্ঞানৰ ভিতৰত এৰিষ্ট'টলে anatomy, astronomy, [[embryology]], geography, geology, meteorology, physics আৰু প্ৰাণীবিজ্ঞান অধ্যয়ন কৰিছিল৷ দৰ্শনৰ ক্ষেত্ৰত তেওঁ aesthetics, ethics, চৰকাৰ, metaphysics, ৰাজনীতি, মনোবিজ্ঞান, rhetoric আৰু theology আদি সম্পৰ্কত লিখিছিল৷ তাৰোপৰি তেওঁ শিক্ষা, বৈদেশিক নীতি, সাহিত্য আদিও অধ্যয়ন কৰিছিল৷ তেওঁৰ সমূহ কৰ্মৰাজিয়ে গ্ৰীক সকলৰ জ্ঞানৰ এক বিশ্বকোষকে সূচায়৷ <ref>{{cite book
| last =Neill
| first =Alex
61 নং শাৰী:
}}</ref>
 
আলেকজেণ্ডাৰ জীৱনৰ শেষৰফালে তেওঁ এৰিষ্ট'টলৰ ধাৰণাসমূহৰ ওপৰত সন্দেহ কৰিবলৈ লয় আৰু এৰিষ্ট'টলক চিঠিৰ যোগেদি ভাবুকিও দিয়াৰ কথা জনা যায়৷ Aristotle had made no secret of his contempt for Alexander's pretense of divinity, and the king had executed Aristotle's grandnephew [[Callisthenes]] as a traitor. A widespread tradition in antiquity suspected Aristotle of playing a role in Alexander's death, but there is little evidence for this.<ref>Peter Green, ''Alexander of Macedon'', 1991 University of California Press, Ltd. Oxford, England. Library of Congress Cataloging-in-Publication Data, p.379,459</ref>
 
Upon Alexander's death, anti-Macedonian sentiment in Athens once again flared. [[Eurymedon the hierophant]] denounced Aristotle for not holding the gods in honor. Aristotle fled the city to his mother's family estate in [[Chalcis]], explaining, "I will not allow the Athenians to sin twice against philosophy,"<ref>{{cite book
| last =Jones
| first =W.T.
71 নং শাৰী:
| page =216
| url =http://www.amazon.com/dp/0155383124/
}}</ref><ref>''Vita Marciana'' 41, cf. [[Claudius Aelianus|Aelian]] ''Varia historica'' 3.36, Ingemar Düring, ''Aristotle in the Ancient Biographical Tradition'', Göteborg, 1957, T44a-e.</ref> a reference to Athens's prior [[Trial of Socrates|trial and execution of Socrates]]. He died in Euboea of [[natural causes]] within the same year: 322 BC. Aristotle named chief executor his student [[Antipater]] and left a [[Will (law)|will]] in which he asked to be buried next to his wife.<ref>Aufstieg und Niedergang der römischen Welt by Hildegard Temporini, Wolfgang
Haase [http://books.google.com/books?id=ifqGuiHo6eQC&pg=PA3862&dq=Antipater+Aristotle+will&sig=sQzQVBdRmk-spNdZnyd1MwzAPTc Aristotle's Will]</ref>
 
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে