এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
63 নং শাৰী:
আলেকজেণ্ডাৰ জীৱনৰ শেষৰফালে তেওঁ এৰিষ্ট'টলৰ ধাৰণাসমূহৰ ওপৰত সন্দেহ কৰিবলৈ লয় আৰু এৰিষ্ট'টলক চিঠিৰ যোগেদি ভাবুকিও দিয়াৰ কথা জনা যায়৷ এৰিষ্ট'টলেও আলেকজেণ্ডাৰৰ স্বৰ্গ সম্পৰ্কীয় ধাৰণাসমূহৰ অশুদ্ধতা আঙুলিয়াই দিবলৈ কুন্ঠাবোধ কৰা নাছিল৷ এনে কাৰণতে এৰিষ্ট'টলৰ নাতি-ভতিজাক ৰাজকীয় মহলে বিশ্বাসঘাটকতাৰ বাবে দোষী সাবস্ত্য কৰি মৃত্যুদণ্ড দিছিল৷ জনশ্ৰুতি অনুসৰি এৰিষ্ট'টলৰ আলেকজেণ্ডাৰৰ মৃত্যুতো হাত থকাৰ কথা জনা যায়, কিন্তু এইসম্পৰ্কত কোনো প্ৰমাণ পোৱা হোৱা নাই৷ <ref>Peter Green, ''Alexander of Macedon'', 1991 University of California Press, Ltd. Oxford, England. Library of Congress Cataloging-in-Publication Data, p.379,459</ref>
আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছতে এথেন্সত ৰাজকীয় পক্ষৰ প্ৰতি অসন্তোষে গা কৰি উঠে৷ ইয়াৰ লগে লগে 'Eurymedon the hierophant' আৰু তেওঁৰ পক্ষই এৰিষ্ট'টলক হিশ্বৰক যথাৰ্থ সন্মান প্ৰদৰ্শন নকৰা বুলি দোষী সাব্যস্ত কৰে৷ এৰিষ্ট'টলে এথেন্স এৰিবলৈ বাধ্য হয় আৰু মাকৰ পুৰণি ঠাইলৈ গুচি যায়৷ <ref>{{cite book
| last =Jones
| first =W.T.
71 নং শাৰী:
| page =216
| url =http://www.amazon.com/dp/0155383124/
}}</ref><ref>''Vita Marciana'' 41, cf. [[Claudius Aelianus|Aelian]] ''Varia historica'' 3.36, Ingemar Düring, ''Aristotle in the Ancient Biographical Tradition'', Göteborg, 1957, T44a-e.</ref>
Haase [http://books.google.com/books?id=ifqGuiHo6eQC&pg=PA3862&dq=Antipater+Aristotle+will&sig=sQzQVBdRmk-spNdZnyd1MwzAPTc Aristotle's Will]</ref>
==স্মৃতি==
|