এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
শিৰোনামাৰ অনুবাদ |
পদাৰ্থবিদ্যা |
||
107 নং শাৰী:
===পদাৰ্থ বিদ্যা===
====পাচঁটা উপাদান====
এম্পেড’ক্লেচে আগবঢ়োৱা চাৰিটা উপাদানৰ ধাৰণাৰ লগত এৰিষ্ট'টলে পঞ্চমটো উপাদানৰ ধাৰণা
* পৃথিৱী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু শুকান; ই আধুনিক ধাৰণাৰ গোটা বস্তুৰ সৈতে একে।
* পানী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু ভিজা; ই আধুনিক ধাৰণাৰ তৰল পদাৰ্থৰ সৈতে একে।
115 নং শাৰী:
প্ৰত্যেকটো ধ্ৰুপদী উপাদানৰে নিজা প্ৰাকৃতিক স্থান আছে৷ ধ্ৰুপদী উপাদানবোৰে বিশ্বব্ৰহ্মাণ্ড বা পৃথিৱীৰ কেন্দ্ৰলৈ গতি কৰাৰ প্ৰৱণতা দেখুৱায়৷ পানীয়ে পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওকাষে থকা গোলাকাৰ অংশতোলৈ গতি কৰে৷ বায়ুয়ে পানীপূৰ্ণ গোলাকাৰ অংশৰ চাৰিওকাষে স্থান লয়৷ জুইয়ে চন্দ্ৰই পৰিভ্ৰমণ কৰা গতিপথৰ চাৰিওকাষে স্থান লোৱাৰ প্ৰবণতা দেখুৱায়৷ যদিহে এই ধ্ৰুপদী উপাদান সমহূহ সিহঁতৰ স্বাভাৱিক স্থানৰ পৰা আঁতৰোৱা হয়, তেন্তে ই আকৌ পূৰ্বৰ স্থানলৈ ঘুৰি যোৱাৰ প্ৰবণতা দেখুৱায়৷ এই গতি কোনো বাহ্যিক শক্তি জড়িত নথকা স্বাভাৱিক গতি৷
====কাৰ্যকাৰণবাদ (Causality), চাৰিটা কাৰক====<!-- This section is linked from [[Retrocausality]]. See [[WP:MOS#Section management]] -->
Line 154 ⟶ 151:
[[File:Octopus3.jpg|thumb|Octopus swimming]]
Aristotle is the earliest natural historian whose work has survived in some detail. Aristotle certainly did research on the natural history of [[Lesbos]], and the surrounding seas and neighbouring areas. The works that reflect this research, such as ''[[History of Animals]]'', ''[[Generation of Animals]]'', and ''[[Parts of Animals]]'', contain some observations and interpretations, along with sundry myths and mistakes. The most striking passages are about the sea-life visible from observation on Lesbos and available from the catches of fishermen. His observations on [[catfish]], [[Electric ray|electric fish]] (''[[Torpedo (genus)|Torpedo]]'') and angler-fish are detailed, as is his writing on [[cephalopod]]s, namely, ''[[Octopus]]'', ''Sepia'' ([[cuttlefish]]) and the paper nautilus (''[[Argonauta argo]]''). His description of the [[hectocotylus|hectocotyl arm]], used in sexual reproduction, was widely disbelieved until its rediscovery in the 19th century. He separated the aquatic mammals from fish, and knew that sharks and rays were part of the group he called Selachē ([[selachians]]).<ref name="Singer, Charles 1931">Singer, Charles. ''A short history of biology''. Oxford 1931.</ref>
|