এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

কাব্যসাহিত্য
148 নং শাৰী:
 
===জীৱবিজ্ঞান আৰু ভেষজবিদ্যা===
এৰিষ্ট'লিয়ান বিজ্ঞানত, বিশেষকৈ জীৱবিজ্ঞানত, তেওঁ আনৰ বৰ্ণনাৰে জানিব পৰা জীৱসমূহতকৈ নিজে দেখা জীৱৰ বৰ্ণনাসমূহ অধিক তথ্যসমৃদ্থ৷ তেওঁ নিজে জীৱসমূহৰ দেহ ব্যৱচ্ছেদন কৰিছিল, কিন্তু মানৱদেহৰ কৰাৰ চেষ্টা কৰা নাছিল৷ এই কাৰণতে হয়তো মানৱ দেহৰ ভিতৰত চলি থকা প্ৰক্ৰিয়াসমূহৰ বিষয়ে তেওঁ দিয়া বৰ্ণনা সমূহ কালৰ গৰ্ভত হেৰাই গ'ল৷
In Aristotelian science, especially in biology, things he saw himself have stood the test of time better than his retelling of the reports of others, which contain error and superstition. He dissected animals but not humans; his ideas on how the human body works have been almost entirely superseded.
 
[[File:Octopus3.jpg|thumb|Octopus swimming]]
এৰিষ্ট'টলেই হ'ল আটাইতকৈ পুৰণি জীৱবিজ্ঞানী যাৰ কৰ্মৰাজিৰ কিছু তথ্য পোৱা যায়৷ তেওঁ বসবাস কৰা ঠাইৰ চাৰিওকাষৰ অঞ্চলসমূহ আৰু সাগৰত জীৱসমূহৰ অধ্যয়ন কৰিছিল৷ এই অধ্যয়নৰ ভিত্তিতে তেওঁৰ বিভিন্ন গ্ৰন্থ যেনে ''[[History of Animals]]'', ''[[Generation of Animals]]'', আৰু ''[[Parts of Animals]] ''ৰচনা কৰিছিল৷ এই গ্ৰন্থসমূহতে তেওঁৰ পৰ্য্যবেক্ষণ তথা গৱেষণালব্ধ তথ্যসমূহৰ উল্লেখ আছে৷ তাৰোপৰি এৰিষ্ট'টলে ইয়াত কেটফিছ ( catfish), ইলেক্ট্ৰিক মাছ ( electric fish) আদি মাছসমূহ আৰু অক্টোপাছ, চেপিয়া ( ''Sepia'' ) আদিৰ বিতং বৰ্ণনা দিছে৷ মলাস্কান পৰজীৱি প্ৰাণী হেক্ট'ডেক্টাইলাছৰ বাহুক যৌন প্ৰজননত ব্যৱহাৰ হোৱাৰ পৰিঘটনাৰ এৰিষ্ট'টলেই পোনপ্ৰথমে উল্লেখ কৰিছিল যদিও উনৈশ শতিকালৈকে এই ধাৰণা কোনেও বিশ্বাস কৰা নাছিল৷ তাৰোপৰি এৰিষ্ট'টলেই পোনপ্ৰথমে জলচৰ স্তন্যপায়ী প্ৰাণীসমূহ মাছৰ সৈতে একে নহয় বুলি ধাৰণা প্ৰকাশ কৰিছিল আৰু ইহঁতক বেলেগকৈ চেলচি (Selachē) নামৰ গোটত শ্ৰেণীভুক্ত কৰিছিল৷ <ref name="Singer, Charles 1931">Singer, Charles. ''A short history of biology''. Oxford 1931.</ref>
Aristotle is the earliest natural historian whose work has survived in some detail. Aristotle certainly did research on the natural history of [[Lesbos]], and the surrounding seas and neighbouring areas. The works that reflect this research, such as ''[[History of Animals]]'', ''[[Generation of Animals]]'', and ''[[Parts of Animals]]'', contain some observations and interpretations, along with sundry myths and mistakes. The most striking passages are about the sea-life visible from observation on Lesbos and available from the catches of fishermen. His observations on [[catfish]], [[Electric ray|electric fish]] (''[[Torpedo (genus)|Torpedo]]'') and angler-fish are detailed, as is his writing on [[cephalopod]]s, namely, ''[[Octopus]]'', ''Sepia'' ([[cuttlefish]]) and the paper nautilus (''[[Argonauta argo]]''). His description of the [[hectocotylus|hectocotyl arm]], used in sexual reproduction, was widely disbelieved until its rediscovery in the 19th century. He separated the aquatic mammals from fish, and knew that sharks and rays were part of the group he called Selachē ([[selachians]]).<ref name="Singer, Charles 1931">Singer, Charles. ''A short history of biology''. Oxford 1931.</ref>
 
====জীৱজগতৰ শ্ৰেণীবিভাজন====
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে