এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

154 নং শাৰী:
 
====জীৱজগতৰ শ্ৰেণীবিভাজন====
এৰিষ্ট'টলে কৰা জীৱজগতৰ শ্ৰেণিবিভাজন পদ্ধতিৰ বহুতো ধাৰণা উনৈশ শতিকালৈকে বহুলভাৱে প্ৰচলিত হৈ আছিল৷ আধুনিক প্ৰাণীবিজ্ঞানত মেৰুদণ্ডী আৰু অমেৰুদণ্ডী প্ৰাণীসমূহক এৰিষ্ট'টলে ক্ৰমান্বয়ে 'ৰক্ত থকা প্ৰাণী' ('animals with blood') আৰু 'ৰক্ত নথকা প্ৰাণী' ( 'animals without blood' ) বুলি উল্লেখ কৰিছিল৷ ৰক্ত থকা প্ৰাণীবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছিল- পোৱালি জন্ম দিয়া (live-bearing ), যেনে -মানুহ আৰু অন্য স্তন্যপায়ী প্ৰাণী; আৰু কণী পৰা ( egg-bearing ), যেনে- চৰাই আৰু মাছ৷ এৰিষ্ট'টলৰ মত অনুসৰি ৰক্ত নথকা প্ৰাণীবোৰ হৈছে- কীট-পতংগ, কেকোঁৰা, মলাস্কা আদি৷<ref>Guthrie, ''A History of Greek Philosophy'' Vol. 1 pp. 348</ref>
Aristotle's classification of living things contains some elements which still existed in the 19th century. What the modern zoologist would call vertebrates and invertebrates, Aristotle called 'animals with blood' and 'animals without blood' (he did not know that complex invertebrates do make use of [[hemoglobin]], but of a different kind from vertebrates). Animals with blood were divided into live-bearing (humans and mammals), and egg-bearing (birds and fish). Invertebrates ('animals without blood') are insects, crustacea (divided into non-shelled – cephalopods – and shelled) and testacea (molluscs). In some respects, this incomplete classification is better than that of [[Linnaeus]], who crowded the invertebrata together into two groups, Insecta and Vermes (worms).<ref>Guthrie, ''A History of Greek Philosophy'' Vol. 1 pp. 348</ref>
 
====ভেষজবিদ্যা====
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে