এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দুশাৰীমান! |
|||
131 নং শাৰী:
Aristotle marked two modes of causation: proper (prior) causation and accidental (chance) causation. All causes, proper and incidental, can be spoken as potential or as actual, particular or generic. The same language refers to the effects of causes, so that generic effects assigned to generic causes, particular effects to particular causes, operating causes to actual effects. Essentially, causality does not suggest a temporal relation between the cause and the effect.
====আলোকবিজ্ঞান
তেওঁৰ সমসাময়িক দাৰ্শনিকসকলৰ তুলনাত এৰিষ্ট'টলৰ আলোক সম্পৰ্কীয় ধাৰণাৰ তত্বসমূহ বেছি নিখুঁত আছিল। খ্ৰী:পূ: ৩৫০-ত এৰিষ্ট'টলৰ দ্বাৰা লিখিত ''Problemata''-ত কৃষ্ণ কক্ষ [([[ইংৰাজী]]:camera obscura) -ই এনে এবিধ আলোকীয় সজুঁলি যাৰ দ্বাৰা ইয়াৰ কোনো চৌপাশৰ প্ৰতিবিম্ব কোনো পৰ্দাত প্ৰক্ষেপ কৰিব পৰা যায়)] সম্পৰ্কীয় ধাৰণাৰ সাক্ষ্য পোৱা যায়। এৰিষ্ট'টলৰ আহিলাত এটা সূক্ষ্ম ছিদ্ৰৰে সৈতে এটা অন্ধকাৰ কক্ষ আছিল। এই ছিদ্ৰৰে সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব পাৰিছিল। এৰিষ্ট'টলে এই আহিলাৰে সূৰ্য পৰ্যবেক্ষণ কৰিছিল আৰু মন কৰিছিল যে, ছিদ্ৰৰ আকৃতি যিয়েই নহওক লাগে সূৰ্যৰ আকৃতি সম্পূৰ্ণ শুদ্ধ ভাৱে গোলাকাৰ হিচাপে প্ৰদৰ্শিত হয়। আধুনিক কেমেৰাসমূহত ইয়েই ''ডায়েফ্ৰাম''([[ইংৰাজী]]:Diaphragm)ৰ অনুৰূপ। এৰিষ্ট'টলে এই কথাটোও পৰ্যবেক্ষণ কৰিছিল যে, ছিদ্ৰৰ পৰা প্ৰতিবিম্ব প্ৰক্ষেপিত পৃষ্ঠৰ দূৰত্ব বৃদ্ধিৰ লগে লগে প্ৰতিবিম্বৰ আকাৰো বিবৰ্ধিত হয়। <ref>{{cite web|author=Michael Lahanas |url=http://www.mlahanas.de/Greeks/Optics.htm |title=Optics and ancient Greeks |publisher=Mlahanas.de |date= |accessdate=26 April 2009| archiveurl= https://web.archive.org/web/20090411051535/http://www.mlahanas.de/Greeks/Optics.htm| archivedate= 11 April 2009 <!--DASHBot-->| deadurl= no}}</ref>
====সুযোগ (Chance) আৰু স্বয়ংক্ৰিয়তা (spontaneity)====
|