ৱাল্ট ডিজনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
| birth_name = ৱাল্টাৰ এলিয়াচ ডিজনী
| birth_date = ৫ ডিচেম্বৰ, ১৯০১<ref>{{cite web|accessdate=2008-05-21|url=http://www.imdb.com/name/nm0000370/|title=Walt Disney|publisher=[[IMDB]]}}</ref>
| birth_place = [[হাৰ্ম'চা, চিকাগ']], ইলিনইচ, [[আমেৰিকা|আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| death_date = ১৫ ডিচেম্বৰ, ১৯৬৬ (৬৫ বছৰ)
| death_place = [[বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়া]], আমেৰিকা যুক্তৰাষ্ট্ৰ
সমাধি: ফৰেষ্ট লন মেমৰিয়েল পাৰ্ক, [[গ্লেনডেল, কেলিফৰ্নিয়া]], আমেৰিকা যুক্তৰাষ্ট্ৰ
| occupation = [[চলচ্চিত্ৰ প্ৰযোজক]],
[[ৱাল্ট ডিজনী কোম্পানী]]ৰ সহ-প্ৰতিষ্ঠাপক, পূৰ্বতে ৱাল্ট ডিজনী প্ৰডাকচন্‌চ বুলি জনাজাত
| yearsactive = ১৯২০-১৯৬৬
| spouse = [[লিলিয়ান ডিজনী|লিলিয়ান বাউণ্ডছ]] (১৯২৫-১৯৬৬)
| parents = [[এলিয়াচ ডিজনী]]
[[ ফ্ল'ৰা কল ডিজনী]]
| relations = [[ডিজনী পৰিয়াল|হাৰ্বাৰ্ট আৰ্থাৰ ডিজনী]] (ভ্ৰাতৃ)
[[ডিজনী পৰিয়াল|ৰে'মণ্ড আৰ্নল্ড ডিজনী]] (ভ্ৰাতৃ)
[[ডিজনী পৰিয়াল|ৰয় অলিভাৰ ডিজনী]] (ভ্ৰাতৃ)
[[ডিজনী পৰিয়াল|ৰুথ ফ্ল'ৰা ডিজনী]] (ভগ্নী)
ৰনাল্ড ৱিলিয়াম মিলাৰ (জোঁৱাই)
[[ডিজনী পৰিয়াল|ৰবাৰ্ট বৰ্জফেল্ট ব্ৰাউন]] (জোঁৱাই)
[[ডিজনী পৰিয়াল|ৰয় এডৱাৰ্ড ডিজনী]] (ভতিজা)
| children = [[ডিজনী পৰিয়াল|ডায়েনা মেৰী ডিজনী]]
[[ডিজনী পৰিয়াল|শ্বেৰন মে' ডিজনী]]
| religion = [[খ্ৰীষ্টান]]
| party = [[ৰিপাব্লিকান দল (আমেৰিকা যুক্তৰাষ্ট্ৰ)|ৰিপাব্লিকান]]
| signature = Walt Disney Signature 2.svg

'''ৱাল্টাৰ এলিয়াচ''' "'''ৱাল্ট'''" '''ডিজনী''' (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান [[চলচ্চিত্ৰ প্ৰযোজক]], [[চলচ্চিত্ৰ পৰিচালক|পৰিচালক]], [[চিত্ৰনাট্যকাৰ]], কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল <ref>{{cite news|title=Walt Disney Helped Wernher von Braun Sell Americans on Space|url=http://www.space.com/news/spacehistory/vonbraun_disney_020813.html| agency=Associated Press |author= Dave Bryan |date= 2002-08-13|accessdate=2010-09-27 }}</ref> আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মান আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়। বিংশ শতিকাত মনোৰঞ্জনৰ জগতত তেওঁৰ প্ৰভাৱ লেখত ল'বলগীয়া। ভ্ৰাতৃ ৰয় অলিভাৰ ডিজনীৰ লগত মিলি তেওঁ ৱাল্ট ডিজনী প্ৰডাকচন্‌চ প্ৰতিষ্ঠা কৰে যি পিছলৈ বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা হৈ পৰে। সংস্থাটোক এতিয়া [[ৱাল্ট ডিজনী কোম্পানী]] বুলি জনা যায়, ইয়াৰ বছৰি লাভালাভ আজিৰ তাৰিখত প্ৰায় ৩৫ বিলিয়ন ডলাৰ।

এজন চলচ্চিত্ৰ প্ৰযোজক হিছাপে আৰু [[এনিমেছন]] তথা [[থীম পাৰ্ক]]ৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল। তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিয়ে, ইয়াৰে [[মিকী মাউছ]]ৰ চৰিত্ৰত ডিজনীয়ে নিজেই কণ্ঠ দান কৰিছিল। জীৱনকালত তেওঁ চাৰিটা সন্মানজনক [[একাডেমী বঁটা]] লাভ কৰে আৰু মুঠ উনপঞ্চাশটা মনোনয়নৰ মাজত এবছৰত চাৰিটাকে ধৰি বাইশটা একাডেমী বঁটা লাভ কৰে <ref name="academyaward">{{cite web|title=Walt Disney Academy awards | url=http://awardsdatabase.oscars.org/index.jsp | publisher=[[Academy of Motion Picture Arts and Sciences]]|accessdate=2008-05-21 }}</ref>। একাডেমী বঁটাৰ ইতিহাসত আন কোনো ব্যক্তিতকৈ এয়া আছিল বেছি। তেওঁ সাতটা [[এম্মী বঁটা]]ও লাভ কৰিছিল। তাৰোপৰি তেওঁ নিজৰ নামটো আমেৰিকাৰ [[ডিজনীলেণ্ড]] আৰু [[ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট]]ৰ বাহিৰেও আন্তৰ্জাতিক [[টকিয়' ডিজনী]], [[ডিজনীলেণ্ড পেৰিছ]] আৰু [[ডিজনীলেণ্ড হংকং]]ক দান কৰে।

১৫ ডিচেম্বৰ, ১৯৬৬ চনত [[বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়া]]ত হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি তেওঁৰ মৃত্যু হোৱাৰ পিছৰ বছৰ ফ্ল'ৰিডাত ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট স্থাপনৰ কাম আৰম্ভ হয়। তেওঁৰ ভ্ৰাতৃ ৰয় ডিজনীয়ে ১ অক্টোবৰ, ১৯৭১ চনত [[মেজিক কিংডম]] উদ্বোধন কৰে।

{{Clear}}
==তথ্য সংগ্ৰহ==
{{Reflist}}

==লগতে পঢ়ক==
Line 42 ⟶ 39:
* Barrier, Michael (2008). ''The Animated Man: A Life of Walt Disney'', University of California Press.

==তথ্য সংগ্ৰহ==
{{Reflist}}

==বাহ্যিক সংযোগ==