দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ →ভাষা |
|||
118 নং শাৰী:
* '''[[ছিপাঝাৰ]]''' : দৰং জিলাৰ এখন অন্যতম চহৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, [[মুগা]] আৰু [[পাটপলু]] প্ৰতিপালনৰ বাবে বিখ্যাত আছিল।
* '''[[ছিপাঝাৰ মহাবিদ্য়ালয়]]''' : ছিপাঝাৰৰ মাজ মজিয়াতে অৱস্থিত এই মহাবিদ্য়ালয় খনে কলা বিষয়ক শিক্ষা প্ৰদান কৰি 1971 চনৰ পৰাই অঞ্চলটিক শিক্ষাৰ ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰি আহিছে। মঙ্গলদৈ, কলাইগাও, ডুমুনিচকী, কুৰুৱা, সোণাপুৰ আৰু টংলা আদি দূৰ দূৰণিৰ পৰা শিক্ষাৰ্থী আহি ইয়াত শিক্ষা গ্ৰহণ কৰি আছে।'''''www.sipajharcollege.org'''''
* '''দলগাঁও'''
|