বাবুল ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox sportsperson
|name = বাবুল ফুকন
|image = Babul_PhukonBabulPhukon.jpg
|caption = বাবুল ফুকনৰ আলোকচিত্ৰ
|caption =
|image_size =
|birth_date= ১ মে', ১৯৬৮
18 নং শাৰী:
 
==জীৱনী==
বাবুল ফুকনৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১ মে' তাৰিখে [[তিনিচুকীয়া]] জিলাৰ জেৰাই চকলভৰীয়া গাঁৱত। <ref name="দৈনিক জনমভূমি">{{cite web | url=http://www.dainikjanambhumi.co.in | title=দৈনিক জনমভূমি, ই পেপাৰ, ১৫ ডিচেম্বৰ, ২০১৩ | accessdate=ডিচেম্বৰ 15, 2013}}</ref>তেওঁৰ পিতৃ গন্ধেশ্বৰ ফুকন আৰু মাতৃ বহাগী ফুকন। গন্ধেশ্বৰ ফুকন নৰ্থ বালিজান চাহ বাগিচাৰ কৰ্মচাৰী আছিল। বাবুল ফুকনে পানীতোলা হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক আৰু চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰিছিল। <ref name="দৈনিক অসম">{{cite web | url=http://www.assamtribune.com/scripts/displaypage.asp?id=dec1513,6,84,111,1335,2052 | title=দৈনিক অসম | accessdate=ডিচেম্বৰ 15, 2013}}</ref>
 
==ক্ৰীড়া জীৱন==
30 নং শাৰী:
 
ভাৰতীয় ষ্টেট বেংকৰ নাহৰলগুণ শাখাত কাৰ্যনিৰ্বাহ কৰা বাবুল ফুকনে ২০০০ চনত প্ৰথম শ্ৰেণীৰ ফুটবলৰ পৰা অৱসৰ লয়। ইয়াৰ পিছৰে পৰা তেওঁ কেৱল বিভাগীয় ফুটবল প্ৰতিযোগিতা সমূহতহে অংশ লৈছিল।
 
 
==মৃত্যু==
বহুদিন যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ[[গুৱাহাটী]]ৰ ইন্টাৰনেছনেল হস্পিটেলত বাবুল ফুকনৰ মৃত্যু হয়। <ref name="দৈনিক অসম" /> <ref name="দৈনিক জনমভূমি" /> মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা সন্তানক এৰি গৈছে।
 
==তথ্যসূত্ৰ==