ছুইফট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: ছুইফট (Swift) এবিধ দ্ৰুতবেগী চৰাই । ইহঁতি সাধাৰণতে জাক পাতি উৰি...
(কোনো পাৰ্থক্য নাই)

20:36, 18 December 2013ৰ সংস্কৰণ

ছুইফট (Swift) এবিধ দ্ৰুতবেগী চৰাই । ইহঁতি সাধাৰণতে জাক পাতি উৰি ফুৰে । উৰি উৰিয়েই ইহঁতে আহাৰ গ্ৰহণ কৰে আৰু ইটোৱে সিটোৰ লগ লাগে । ইউৰোপত পোৱা এবিধ ছুইফট চৰায়ে যেতিয়ালৈকে কণী পাৰিব নহয় তেতিয়ালৈকে উৰিয়ে ফুৰে । এইবিধ চৰাইৰ বাহ সজা আৰু কণী পৰাৰ নির্দিষ্ট কোনো সময় নাই । বছৰৰ যিকোনো সময়তে ইহঁতে বাহ সাজে আৰু কণী পাৰে । এবাৰত ইহঁতে এটাৰ পৰা ছটালৈকে কণী পাৰি পোৱালি জগায় । বর্তমানলৈকে ছুইফটৰ প্ৰায় ৭২ টা প্ৰজাতি পোৱা গৈছে ।