Himangshu
15 December 2013 তাৰিখে যোগ দিছে
Content deleted Content added
→শৈলী: নতুন অনুচ্ছেদ |
|||
14 নং শাৰী:
একেদিনাই ১৯টা প্ৰবন্ধ আৰম্ভ কৰা বাবে ধন্যবাদ। কিন্তু আপুনি চমুকৈ লিখিব পাৰিছে যেতিয়া অনুগ্ৰহ কৰি আগৰ বাৰ্তাটোত কোৱাৰ দৰে তথ্যসূত্ৰ সহ ৱিকিপিডিয়া শৈলীত লিখিবলৈ চেষ্টা কৰক। "[[ৱিকিপিডিয়া:সৰল সহায়িকা]]" পৃষ্ঠাখন চাব পাৰে। কিবা অসুবিধা পালে সুধিব। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:51, 19 ডিচেম্বৰ 2013 (UTC)
: আপুনি সংক্ষিপ্ত অসমীয়া বিশ্বকোষ উত্স হিচাপে ব্যৱহাৰ কৰিছে খুবসম্ভৱ, এটা কাম কৰিব পাৰে, আপুনি ইতিমধ্যে যিকেইটা প্ৰবন্ধ আৰম্ভ কৰিলে সেইকেইটা প্ৰবন্ধ ইংৰাজী ৱিকিটো চাওক আৰু সেইখন ৱিকিৰ পৰা প্ৰবন্ধবোৰৰ দৰকাৰী যেন লগা দুটা তিনিটাকৈ পেৰেগ্ৰাফ অনুবাদ কৰি আপোনাৰ প্ৰবন্ধবোৰত যোগ দি দিয়ক, দেখিব আপোনাৰ প্ৰবন্ধ সমূহ শকত আৱত হৈ গৈছে, আপুনি ৱিকিৰ লগত সদায়েই লাগি থাকিব বুলি আশা কৰিলোঁ <font face="Mistral" color="blue" size="2.5">[[User:Dipankar Chetia|দীপাংকৰ চেতিয়া]]</font><font face="Wingdings" color="green" size="5">[[User talk:Dipankar Chetia|?]]</font> 06:13, 19 ডিচেম্বৰ 2013 (UTC)
|