এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ আঁতৰ-কিছু অংশ বাদ দি সামৰি পেলালো
169 নং শাৰী:
 
===ইছলামিক ধৰ্মতাত্ত্বিক (theologian) সকলৰ ওপৰত প্ৰভাৱ===
ইছলামিক ধৰ্মতত্ত্বত আটাইতকৈ সন্মানীয় পশ্চিমীয়া চিন্তাবিদসকলৰ ভিতৱত এৰিষ্ট'টল অন্যতম৷ এৰিষ্ট'তলৰ প্ৰয়ভাগপ্ৰায়ভাগ কৰ্মৰাজিয়ে আৰবী ভাষালৈ অনদিত হৈছে আৰু মুছলিম দাৰ্শনিক, বিজ্ঞানী আৰু চিন্তাবিদসকলে এইসমূহ গভীৰভাৱে অধ্যনঅধ্যয়ন কৰিছে৷ <ref name="ReferenceA">''Encyclopedia of Islam'', ''Aristutalis''</ref> ইয়াৰে ভিতৰত [[Averroes]], [[Avicenna]] আৰু [[Alpharabius]] আদিয়ে এৰিষ্ট'টল সম্পৰ্কে বিস্তৃতভাৱে লিখি গৈছে৷ [[Alkindus]] এ এৰিষ্ট'টলক দৰ্শনৰ এক একক আৰু উৎকৃষ্ট প্ৰতিনিধি হিচাপে গণ্য কৰিছিল৷<ref>''Rasa'il'' I, 103, 17, Abu Rida</ref> তেওঁ এৰিষ্ট'টলক ভৱিষ্যতৰ সকলো দাৰ্শনিকৰ বাবে পথ পদৰ্শক ("exemplar") বুলিও উল্লেখ কৰি গৈছে৷ <ref>''Comm. Magnum'' in Aristotle'', ''De Anima'', III, 2, 43 Crawford</ref> মধ্যযুগৰ মুছলিম শিক্ষাবিদসকলে এৰিষ্ট'টলক প্ৰথম শিক্ষক বুলি গণ্য কৰিছিল৷ <ref>''al-mua'llim al-thani'', ''Aristutalis''</ref> এৰিষ্ট'টলক পোণপোন-প্ৰথমে শিক্ষক বুলিও মুছলিম শিক্ষাবিদসকলেই আখ্যা দিছিল৷<ref>{{cite book|last=Nasr|first=Seyyed Hossein|title=The Islamic Intellectual Tradition in Persia|year=1996|publisher=Curzon Press|isbn=0-7007-0314-4|pages=59–60}}</ref>
 
===পশ্চিমীয়া খ্ৰীষ্টান ধৰ্মতাত্ত্বিক সকলৰ ওপৰত প্ৰভাৱ===
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে