বলপে'ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা বলপেনৰ পৰা বলপে'নলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: সঠিক নাম
No edit summary
13 নং শাৰী:
}}
 
'''বলপেনবলপে'ন''' ({{lang-en|Ballpoint Pen}}) চমুকৈ আমি কওঁ 'বলপেনবলপে'ন'৷ পেনটোৰ মুখত [[চিয়াঁহী]] ওলাবলৈ এটা সৰু বল থাকে বাবে পেনবিধৰ নাম হৈছিল 'বলপেনবলপে'ন'৷ আজিকালি সমগ্ৰ [[বিশ্ব]]তে বলপেনবলপে'ন বহুলভাৱে ব্যৱহৃত৷ বলপেনবোৰতবলপে'নবোৰত [[চিয়াঁহী]]ৰ পৰিৱৰ্ত্তে [[চিয়াঁহী]]ৰ 'ৰিফিল'ৰ ব্যৱস্থা থাকে আৰু [[কাগজ]]ত লিখোঁতে বিয়পি যোৱাৰ সমস্যা নাথাকে৷ লিখাৰ লগে লগে শুকায় আৰু [[পানী]] পৰিলে নিবিয়পে৷ আটাইতকৈ সুবিধাজনক কথা হ'ল- এৰোপ্লেনৰ পাইলটসকলে আগতে ফাউণ্টেন পেনপে'ন ব্যৱহাৰ কৰোঁতে [[বিমান]]ত ওপৰলৈ উৰি যাওঁতে [[বায়ু]]ৰ চাপ কমাৰ বাবে [[চিয়াঁহী]] পেনৰপে'নৰ মুখেৰে ওলাই কাপোৰ-কানি নষ্ট কৰিছিল৷ বলপেনৰবলপে'নৰ [[চিয়াঁহী]] ডাঠ হোৱাৰ বাবে [[চিয়াঁহী]] ওলাই যোৱাৰ সম্ভাৱনা নাথাকে৷ তদুপৰি বলপেনবোৰবলপে'নবোৰ ইমানেই সস্তা,[[চিয়াঁহী]] শেষ হ'লে পেলাই দিব পাৰি৷ অৱশ্যে দামী বলপেনতবলপে'নত [[চিয়াঁহী]] শেষ হ'লে পুনৰ নতুন 'ৰিফিল' ব্যৱহাৰ কৰিব পাৰি৷ লিখাৰ উপৰিও চিত্ৰশিল্পীসকলে বলপেনেৰেবলপে'নেৰে ছবিও আকেঁ৷
<ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= (উদ্ভাৱনৰ কাহিনী) বলপেন |author= শান্তনু তামুলী | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিচেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা ১৭}}</ref>
 
==ইতিহাস==
[[File:Ballpointpentip lessnoise.jpg|right|thumb|200px|Tip of a ballpoint pen highly magnified]]
১৮৮৮ চনৰ ৩০ অক্টোবৰত প্ৰথম বলপেনৰবলপে'নৰ পেটেণ্ট জাৰি কৰিছিল আৰু সেই দিনটোকে বলেপেনবলেপে'ন উদ্ভাৱনৰ তাৰিখ বুলি ধৰা হয়৷ [[আমেৰিকা]]ৰ জ'ন লাউড নামৰ এজন ব্যক্তিয়ে বলেপেনবলেপে'ন পোনতে সাজি উলিয়াইছিল৷ এই পেনবিধপে'নবিধ তেওঁ [[কাগজ]]ত লিখাৰ বাবে তৈয়াৰ কৰা নাছিল৷ চামৰাত লিখিবৰবাবে লাউডে মুখত বল থকা আৰু ডাঠ [[চিয়াঁহী]] ব্যৱহাৰ কৰি লিখিব পৰা নতুন এবিধ [[কলম]]ৰ উদ্ভাৱন কৰে৷ নিবৰ পৰিৱৰ্ত্তে তেওঁ ষ্ট্ৰীলৰ বল ব্যৱহাৰ কৰিছিল৷ কিন্তু তেওঁৰ উদ্ভাৱিত [[কলম]]বিধ মিহি [[কাগজ]]ত লিখিবপৰা বিধৰ নাছিল৷ গতিকে [[কলম]]বিধৰ বাণিজ্যিক উৎপাদন নহল৷
[[হাংগেৰী]]ৰ লেঝলো বিৰো আৰু তেওঁৰ ভাতৃ জৰ্জে লগ লাগি এবিধ উন্নতমানৰ বলপেনবলপে'ন উদ্ভাৱন কৰিলে৷ বলপেনতবলপে'নত নতুন [[চিয়াঁহী]] ভৰাই তেওঁলোক সফল হ'ল৷ তেওঁলোকে ১৯৩৮ চনৰ ১৫ জুনত বলপেনবলপে'ন উদ্ভাৱনৰ ব্ৰিটিছ পেটেণ্ট লাভ কৰিলে৷ ১৯৪৩ চনত তেওঁলোকে [[আৰ্জেণ্টিনা]]তো বলপেনৰবলপে'নৰ পেটেণ্ট কৰে৷ 'বিৰো' নামেৰে বলপেনবলপে'ন কেইবাখনো দেশৰ বজাৰত উপলব্ধ হ'ল৷<ref name="গ্ৰন্থ ১" />
 
 
"https://as.wikipedia.org/wiki/বলপে%27ন"ৰ পৰা অনা হৈছে