ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ভূগোল যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
5 নং শাৰী:
[[File:Comet Wild2 .jpg|thumb|Comet Wild 2]]
ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷ কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ [[নিউক্লিয়াছ]] অৱস্থিত৷ [[নিউক্লিয়াছ]] প্ৰধানকৈ [[বৰফ]] আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷ [[বৰফ]]ৰ অংশত [[পানী]]ৰ [[বৰফ]]ৰ লগতে গোটা অৱস্থাৰ [[এম'নিয়া]],[[কাৰ্বন-মন'অক্সাইড]],[[কাৰ্বন-ডাই অক্সাইড]] আৰু [[মিথেন]] থাকিব পাৰে৷ [[নিউক্লিয়াছ]]ত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷ <ref name="গ্ৰন্থ ১" />
==নামাকৰণ==
==মানাকৰণ==
[[File:Iss030e015472 Edit.jpg|thumb|[[C/2011 W3 (Lovejoy)|Comet Lovejoy]] (<small>C/2011 W3</small>) from orbit]]
==কেইটামান উল্লেখযোগ্য ধূমকেতু==
#হুমাছন ধূমকেতু - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা [[কাৰ্বন মন'অক্সাইড]]ৰ আয়নৰ বাবে৷ [[সূৰ্য্য]]ৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ [[পানী]] বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]] বুলি কোৱা হৈছে৷
#লাভজয় ধূমকেতু - এই ধূমকেতুটো [[অষ্ট্ৰেলিয়া]]ৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল৷ এই জ্যোতিষ্কটোৱে [[সূৰ্য্য]]পৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত৷ সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল৷ ইয়াক দিনতো দেখা গৈছিল৷
#লাভজয় ধূমকেতু
#এৰেণ্ড-ৰলাণ্ড ধূমকেতু
 
"https://as.wikipedia.org/wiki/ধূমকেতু"ৰ পৰা অনা হৈছে