ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
[[File:Iss030e015472 Edit.jpg|thumb|[[C/2011 W3 (Lovejoy)|Comet Lovejoy]] (<small>C/2011 W3</small>) from orbit]]
==কেইটামান উল্লেখযোগ্য ধূমকেতু==
#'''হুমাছন ধূমকেতু''' - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা [[কাৰ্বন মন'অক্সাইড]]ৰ আয়নৰ বাবে৷ [[সূৰ্য্য]]ৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ [[পানী]] বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]] বুলি কোৱা হৈছে৷
#'''লাভজয় ধূমকেতু''' - এই ধূমকেতুটো [[অষ্ট্ৰেলিয়া]]ৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল৷ এই জ্যোতিষ্কটোৱে [[সূৰ্য্য]]পৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত৷ সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল৷ ইয়াক দিনতো দেখা গৈছিল৷
#'''এৰেণ্ড-ৰলাণ্ড ধূমকেতু''' - এই ধূমকেতুটো ১৯৫৭ চনত দেখা গৈছিল৷ ১৯৫৭ চনৰে ২৫ এপ্ৰিলত তোলা এখন ফটোৰ মতে এই ধূমকেতুটোৰ মূল নেজৰ বিপৰীত দিশত অৰ্থাৎ [[সূৰ্য্য]]ৰ দিশতো এডাল পোন ক্ষীণ নেজ দেখা গৈছিল৷ এই অদ্ভুত নেজডাল ধূমকেতুটোৰ পৰা নিৰ্গত ধূলিৰ কণিকাৰ বুলি কোৱা হৈছিল৷ এই কণিকাবোৰ মিলি মিটাৰ আকাৰৰ হোৱাৰ বাবে সেইবোৰ সৌৰশক্তিয়ে [[সূৰ্য্য]]ৰ বিপৰীত দিশলৈ ঠেলিব নোৱাৰিছিল৷
#এৰেণ্ড-ৰলাণ্ড ধূমকেতু
#'''ৱেষ্ট ধূমকেতু''' - ১৯৭৬ চনৰ বসন্তকালত এই ধূমকেতু দেখা গৈছিল৷ ই আছিল দেখিবলৈ অতি ধুনীয়া ধূমকেতু৷ ইয়াৰ ধূলিৰ কণিকাৰ হালধীয়া নেজ আৰু নীলা ৰঙৰ [[প্লাজমা]] আয়নৰ নেজ সুন্দৱভাৱে দেখা গৈছিল৷ মহাকাশযানৰপৰা লোৱা অতি বেঙুণী বৰ্ণালীয়ে ইয়াৰ গাত [[কাৰ্বন]]আৰু [[কাৰ্বন-মন'অক্সাইড]] থকা বুলি দেখুৱাইছিল৷ ১৯৭৬ চনৰ মাৰ্চত ইয়াৰ কেন্দ্ৰভাগ ভাঙি চাৰি টুকুৰা হৈছিল৷
 
#'''ইৰাছ-আৰাকি-এলকক ধূমকেতু''' - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল৷ অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ [[ডাৱৰ]] থকা বুলি জনা গৈছিল৷
 
#'''ইকেয়া-ছাকি ধূমকেতু''' -
 
#'''বেনেট ধূমকেতু''' -
 
#'''মাৰ্কোছ ধূমকেতু''' -
 
#'''বিয়েলাৰ ধূমকেতু''' -
 
#'''টেম্পেল ধূমকেতু''' -
 
#'''মেকনট ধূমকেতু''' -
#'''হেল-বপ ধূমকেতু''' -
#'''হেলিৰ ধূমকেতু''' -
#'''শ্বুমেকাৰ-লেভী ধূমকেতু''' -
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ধূমকেতু"ৰ পৰা অনা হৈছে