ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3,483 বাইট যোগ দিয়া হ’ল ,  8 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
==নামাকৰণ==
[[File:Iss030e015472 Edit.jpg|thumb|[[C/2011 W3 (Lovejoy)|Comet Lovejoy]] (<small>C/2011 W3</small>) from orbit]]
ধূমকেতুৰ নামাকৰণ সাধাৰণতে আৱিষ্কাৰকৰ নামানুসৰি হয়৷ যেনে - শ্বুমেকাৰ লেভি ধূমকেতু৷ ইয়াক ইউজিন শ্বুমেকাৰ,কেৰলিন শ্বুমেকাৰ আৰু ডেভিদ লেভিয়ে আৱিষ্কাৰ কৰিছিল৷ মহাকাশযানে অৱস্থিতি ধৰা পেলালে যানখনৰ নামেৰে ধূমকেতুৰ নাম হ'ব পাৰে৷ SOHO আৰু WISE নাম এনেদৰে দিয়া হৈছে৷ কেতিয়াবা ধূমকেতুৰ আৱিষ্কাৰকৰ ঠাইত কক্ষপথ নিৰ্ণয় কৰা জ্যোতিবিজ্ঞানীৰ নামেৰেও নাম দিয়া হয়৷ বিয়েলাৰ ধূমকেতুৰ নাম এনেদৰে দিয়া হৈছিল৷<ref name="গ্ৰন্থ ১" />
==কেইটামান উল্লেখযোগ্য ধূমকেতু==
#'''হুমাছন ধূমকেতু''' - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা [[কাৰ্বন মন'অক্সাইড]]ৰ আয়নৰ বাবে৷ [[সূৰ্য্য]]ৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ [[পানী]] বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]] বুলি কোৱা হৈছে৷
#'''ৱেষ্ট ধূমকেতু''' - ১৯৭৬ চনৰ বসন্তকালত এই ধূমকেতু দেখা গৈছিল৷ ই আছিল দেখিবলৈ অতি ধুনীয়া ধূমকেতু৷ ইয়াৰ ধূলিৰ কণিকাৰ হালধীয়া নেজ আৰু নীলা ৰঙৰ [[প্লাজমা]] আয়নৰ নেজ সুন্দৱভাৱে দেখা গৈছিল৷ মহাকাশযানৰপৰা লোৱা অতি বেঙুণী বৰ্ণালীয়ে ইয়াৰ গাত [[কাৰ্বন]]আৰু [[কাৰ্বন-মন'অক্সাইড]] থকা বুলি দেখুৱাইছিল৷ ১৯৭৬ চনৰ মাৰ্চত ইয়াৰ কেন্দ্ৰভাগ ভাঙি চাৰি টুকুৰা হৈছিল৷
#'''ইৰাছ-আৰাকি-এলকক ধূমকেতু''' - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল৷ অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ [[ডাৱৰ]] থকা বুলি জনা গৈছিল৷
#'''ইকেয়া-ছাকি ধূমকেতু''' - ১৯৬৫ চনত ধৰা পৰা ইকেয়া-ছাকি ধূমকেতুটো এটা উল্লেখনীয় ধূমকেতু৷ ই [[সূৰ্য্য]]ৰ অতি ওচৰ চপা ক্ৰে্টজ গোট ধূমকেতুৰ এটা৷ ইয়াৰ শৰীৰৰ ধূলিকণা [[সূৰ্য্য]]ৰ বিকিৰণে বাষ্পীভূত কৰিছিল৷ ধাতৱীয় মৌল ইয়াৰ নেজ বৰ্ণালীবীক্ষণ অধ্যয়ণত ধৰা পৰিছিল৷
#'''ইকেয়া-ছাকি ধূমকেতু''' -
#'''বেনেট ধূমকেতু''' - এই ধূমকেতুটো ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত অতি উজ্জ্বল হৈ পৰিছিল৷ ইয়াক সেয়ে দিনৰ পোহৰতো দেখা গৈছিল৷ ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত ইয়াক হঠাতে [[আকাশ]]ত দেখা গৈছিল৷ প্ৰকাশ পোৱা মতে ইয়াক উত্তৰমালা অন্তৰীপৰ পৰা এক ছেপ্টেম্বৰৰ দিনাই দেখা পোৱা গৈছিল৷ ইয়াক দেখা পোৱা প্ৰথম জ্যোতিৰ্বিদজন আছিল জ্যোতিবিজ্ঞানী ফিনলে৷ তেওঁ ৭ ছেপ্টেম্বৰৰ দিনাই দেখা পাইছিল ধূমকেতুটো দ্ৰুতভাৱে উজ্জ্বল হৈ পৰিছিল৷ গণনামতে এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা প্ৰায় পাঁচ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈ গৈছিল৷ কিছুদিন ধৰি দিনৰ [[আকাশ]]তো [[সূৰ্য্য]]ৰ পাছতে আন এটা উজ্জ্বল জ্যোতিষ্কৰূপে দেখা গৈছিল৷ ইয়াৰ উজ্জ্বলতা হৈছিল - ১৭| ১৭ ছেপ্টেম্বৰত ই [[সূৰ্য্য]]ৰ আঁৰ হৈছিল৷
#'''বেনেট ধূমকেতু''' -
#'''মাৰ্কোছ ধূমকেতু''' -
#'''বিয়েলাৰ ধূমকেতু''' -
#'''হেলিৰ ধূমকেতু''' -
#'''শ্বুমেকাৰ-লেভী ধূমকেতু''' -
 
==[[পৃথিৱী]]ৰ সৈতে সংঘৰ্ষ==
==ধূমকেতু [[সূৰ্য্য]]ত জাহ গৈছিল==
 
==তথ্য সংগ্ৰহ==
658

টা সম্পাদনা