ৱিকিপিডিয়া:সহায়িকা/সম্পাদনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সুৰক্ষিত "ৱিকিপিডিয়া:সহায়িকা/সম্পাদনা": ধ্বংসপ্ৰৱণতা প্ৰতিৰোধ (‎[edit=autoconfirmed] (অনিৰ্দিষ্ট) ‎[move=autoconfir
লিংক
 
4 নং শাৰী:
{{TOCright}}
[[File:পৃষ্ঠা_সম্পাদনা.png|right|thumb|360px|প্ৰবন্ধত সালসলনি কৰিবলৈ "সম্পাদনা" টেব্‌টো ক্লিক কৰক]]
কেইখনমান [[:en:Wikipedia:Protection policy|সুৰক্ষিত পৃষ্ঠা]]ৰ বাহিৰে সকলো পৃষ্ঠাতে সম্পাদনা কৰিবলৈ "'''''সম্পাদনা '''''" টেব্‌ এটা থাকে। এইটো [[ৱিকিপিডিয়া]]ৰ সকলোতকৈ প্ৰাথমিক বৈশিষ্ট আৰু ই আপোনাক কোনো প্ৰবন্ধ শুধৰাবলৈ আৰু তাত তথ্যাদি যোগ কৰিবলৈ সুযোগ দিয়ে। আপুনি প্ৰবন্ধ এটাত তথ্য যোগ কৰিলে অৱশ্যেই [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|তথ্যউৎসসেয়া ক'ত পালে উল্লেখ কৰিব]] কাৰণ [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|উৎসৰ উল্লেখ নথকা তথ্য আঁতৰাই দিয়া হ'ব পাৰে]]। গতিকে স্পষ্টভাৱে তথ্যসূত্ৰতথ্যসূত্ৰসমূহ উল্লেখ(Reference) কৰক।লিখক।
 
সম্পাদনাৰ আখৰা কৰিবলৈ [[Wikipedia:Tutorial/Editing/sandbox|পৰীক্ষাগাৰলৈ]] যাওক আৰু "''সম্পাদনা''" টেব্‌টো ক্লিক কৰক। আপুনি "''সম্পাদনা''" টেব্‌টো ক্লিক কৰাৰ লগে লগে সেই পৃষ্ঠাৰ পাঠ্য থকা এখন সম্পাদনা ৱিণ্ড' এখন খোল খাব। কিবা আমোদজনক বা আগ্ৰহজনক কথা টাইপ কৰক। এতিয়া '''পৃষ্ঠা সাঁচক''' বুটামটো টিপি আপোনাৰ কামৰ নমুনা চাওক!
11 নং শাৰী:
আপুনি ওপৰত কৰা পৰীক্ষামূলক সম্পাদনাটোত দুটা কথা বাদ দিয়া হৈছিল যি দুটা আপুনি কোনো প্ৰবন্ধ বা ৰাইজে পঢ়া আন পৃষ্ঠা সম্পাদনা কৰোঁতে অৱশ্যেই কৰিব লাগে। গতিকে পুনৰ "সম্পাদনা" টেব্‌টো ক্লিক কৰক, অলপ পাঠ লিখক আৰু এই দুটা অতিৰিক্ত কাম কৰক।
 
প্ৰথমতে, আপুনি এখন পৃষ্ঠা সম্পাদনা কৰোঁতে আপুনি কৰা সালসলনিৰ ব্যাখ্যা '''[[সহায়:সম্পাদনা সাৰাংশ|সম্পাদনা সাৰাংশ]]''' পেৰাত (যিটো সম্পাদনা ৱিণ্ড'ৰ তলতে থাকে) লিখাটো [[Wikipedia:শিষ্টাচাৰ|শিষ্টাচাৰ]] (বা "ৱিকিচাৰ!") বুলি গণ্য কৰা হয়। আপোনাৰ ব্যাখ্যা চুটি হ'লেও কথা নাই। যেনে- যদি আপুনি এটা বানান শুদ্ধ কৰিছে, তেন্তে কেৱল ''বানান'' বা ''বৰ্ণাশুদ্ধি আঁতৰ'' বুলি লিখি থওক। আকৌ যদি আপুনি কৰা সালসলনি বানান বা ব্যাকৰণ শুদ্ধ কৰাৰ নিচিনা সৰু হয়, তেন্তে "এইটো এটা [[সহায়:অগুৰুত্বপূৰ্ণ সম্পাদনা|অগুৰুত্বপূৰ্ণ সম্পাদনা]]" শাৰীটো চিহ্নিত কৰক। (আপুনি লগ্ ইন্‌ কৰিলেহে এই শাৰীটো দেখা পাব।) আপোনাৰ পৰীক্ষাগাৰৰ সম্পাদনাৰ বাবে "''পৰীক্ষা''" জাতীয় সম্পাদনা সাৰাংশ লিখক।
 
==খচৰা দেখুৱাওক==