ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়াৰ বিশেষ নীতিসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন নীতি
সজ্জা
 
1 নং শাৰী:
অসমীয়া ৱিকিপিডিয়াৰ [[ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা|ৰাইজৰ চ'ৰা]]ত সদস্যসকলৰ মাজত হোৱা আলোচনামৰ্মে গ্ৰহণ কৰা নীতিবিষয়ক কিছুমান সিদ্ধান্ত তলত উল্লেখ কৰা হ'ল। মন কৰিব যে এই নীতিসমূহ '''স্থায়ী নহয়।নহয়'''। পিছত পুনৰ একেটা বিষয়ত আলোচনা হ'লে নীতিসমূহৰ সালসলনি বিবেচনা কৰা হ'ব।
 
==পোখালি নীতি==
14 নং শাৰী:
এই নীতিত বিভিন্ন মিডিয়া ফাইল যেনে- চিত্ৰ, ভিডিঅ', শ্ৰাব্য ক্লিপ আদিক সামৰি লোৱা হৈছে। এই সম্পৰ্কে আলোচনা [http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_%28%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A6%A8%E0%A6%B6%E0%A6%BE%E0%A6%B2%E0%A6%BE%29/Archive_1#.E0.A6.AE.E0.A6.BF.E0.A6.A1.E0.A6.BF.E0.A6.AF.E0.A6.BC.E0.A6.BE_.E0.A6.AF.E0.A7.8B.E0.A6.97 ইয়াত পাব]।
 
* অসমীয়া ৱিকিপিডিয়াত ব্যৱহাৰ কৰিবলগীয়া সকলো '''মুক্ত''' ছবি বা ভিডিঅ' ৱিকিকমন্সত আপল'ড কৰিব লাগে।
* যদি কেতিয়াবা কিবা কাৰণত অসমীয়া ৱিকিপিডিয়াতে ছবি (অ-মুক্ত) আপল'ড কৰিবলগীয়া হয় তেন্তে সদস্যজনে সঠিক উৎস, লেখক আৰু অনুজ্ঞাপত্ৰ উল্লেখ কৰিব লাগিব। (বা অসমীয়া ৱিকিপিডিয়াৰ আপল'ড প্ৰপত্ৰখনত সকলো তথ্য উল্লেখ কৰা বাধ্যতামূলক হ'ব লাগে আৰু উল্লেখ নকৰিলে যাতে আপল'ড নহয় তেনে ব্যৱস্থা কৰিব লাগে।)
* ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা ছবি বুলি গম পালে প্ৰশাসকে প্ৰয়োজনীয় টেগ্‌ সন্নিৱিষ্ট কৰিব আৰু উত্তৰ নাপালে বিলোপ কৰিব।
* সকলো ন-পুৰণি সদস্যক ৱিকিকমন্সত আপল'ড কৰাৰ বিষয়ে জনাব লাগে।
22 নং শাৰী:
এই সম্পৰ্কীয় আলোচনা [https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_%28%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A6%A8%E0%A6%B6%E0%A6%BE%E0%A6%B2%E0%A6%BE%29#.E0.A6.AE.E0.A7.87.E0.A6.9C.E0.A6.BF.E0.A6.95_.E0.A6.B6.E0.A6.AC.E0.A7.8D.E0.A6.A6.E0.A7.B0_.E0.A6.85.E0.A6.A8.E0.A7.81.E0.A6.AC.E0.A6.BE.E0.A6.A6 ইয়াত পাব।]
 
অসমীয়া ৱিকিপিডিয়াত ব্যৱহৃত [[সহায়:যাদুকৰী শব্দবোৰ|যাদুকৰী শব্দবোৰৰ]] (Magic words) যেনে- REDIRECT, FULLPAGENAME, CURRENTDAY আদিৰ অনুবাদ কৰাটো অনুচিত।'''অনুচিত'''। মিডিয়াৱিকি ছফ্টৱেৰ বা সাঁচসমূহত ব্যৱহাৰ হোৱা এই সংকেতসমূহৰ অসমীয়া অনুবাদে অনেক ক্ষেত্ৰত আহুকালৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এনেকুৱা শব্দবোৰ সাধাৰণ ইণ্টাৰফে'চ বাৰ্তাত ব্যৱহাৰ হ'লে সেয়া অনুবাদ কৰিব পাৰি। এই বিষয়ে কিবা সন্দেহ থাকিলে অভিজ্ঞ ৱিকিপিডিয়ানৰ লগত যোগাযোগ কৰিব।
 
[[শ্ৰেণী:ৱিকিপিডিয়া নীতি]]