কৰ্দ্দৈ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল হটকেট ব্যৱহাৰৰ জৰিয়তে |
|||
40 নং শাৰী:
==ঔষধি গুণ==
#কেঁচা কৰ্দ্দৈ বা কৰ্দ্দৈৰ ৰস [[পানী]]ত মিলাই খালে ,শৌচ পনীয়া হোৱা ৰোগীয়ে খালে ভাল ফল পায়৷
#কৰ্দ্দৈত 'গ' ভিটামিন যথেষ্ট পৰিমানে থাকে বাবে ই অৰ্শৰোগ,[[দাঁত]] আলুৰ ৰক্তক্ষৰণ আৰু [[জণ্ডিছ]] ৰোগীৰ বাবে ভাল৷
#খনিজ পদাৰ্থ সঠিক পৰিমাণে থাকে বাবে ই শৰীৰত acid-base ৰ সমতা ৰক্ষা কৰিব পাৰে৷
#Isothio cynates নামৰ pigment থাকে বাবে কৰ্দ্দৈ [[যকৃত]]ৰ বাবে ভাল৷
==তথ্য সংগ্ৰহ==
|