ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
নতুন পৃষ্ঠা: thumb|upright=1.4|[[2011 Tōhoku earthquake and tsunami, An aerial view of damage in the Sendai region with b... |
(কোনো পাৰ্থক্য নাই)
|
06:03, 21 January 2014ৰ সংস্কৰণ
ছুনামি (ইংৰাজী: Tsunami) ছুনামি এটা জাপানী শব্দ৷ ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ৷ ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ৷ বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়৷ ছুনামি হ'ল প্ৰবল জলোচ্ছাস৷ সকলো ছুনামি ভয়াবহ নহয়৷ সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়৷ [1]
ইতিহাস
ক্ষতিগ্ৰস্ত অঞ্চল
তথ্য সংগ্ৰহ
- ↑ "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (২য় সংখ্যা): পৃষ্ঠা ৬৪. ১৬ - ৩১ ডিছেম্বৰ ২০১৩.