ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:SH-60B helicopter flies over Sendai.jpg|thumb|upright=1.4|[[2011 Tōhoku earthquake and tsunami]], An aerial view of damage in the [[Sendai]] region with black smoke coming from the Nippon Oil Sendai oil refinery]]
[[File:2004-tsunami.jpg|thumb|upright=1.4|Taken at [[Ao Nang]], [[Krabi Province]], [[Thailand]], during the [[2004 Indian Ocean earthquake and tsunami]] in [[Thailand]]]]
'''ছুনামি''' ({{lang-en|Tsunami}}) ছুনামি এটা জাপানী শব্দ৷ ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ৷ ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ৷ বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া [[উপকূল]]ভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়৷ ছুনামি হ'ল প্ৰবল জলোচ্ছাস৷জলোচ্ছ্বাস৷ সকলো ছুনামি ভয়াবহ নহয়৷ সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত [[আগ্নেয়গিৰি]]ৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়৷ <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= জ্ঞানাঞ্জন |author= | journal= প্ৰান্তিক | year= ২০১৩ | month= ১৬ - ৩১ ডিছেম্বৰ | volume= ৩৩শ বছৰ | issue= ২য় সংখ্যা | pages= পৃষ্ঠা ৬৪ }}</ref>
 
 
8 নং শাৰী:
 
==ক্ষতিগ্ৰস্ত অঞ্চল==
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ [[সাগৰ]]ৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত [[পৃথিৱী]]ত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩৷২৩ ৷ এইবোৰে [[চীন]],[[জাপান]],[[জাভা]],[[পেৰু]],[[চিলি]],[[ইণ্ডোনেছিয়া]],[[মাৰ্কিন যুক্তৰাষ্ট্ৰ]] আদি দেশত ধ্বংস কাৰ্য ঘটাইছিল আৰু বিভিন্ন ঠাইত একোবাৰত ১,২০০ৰ পৰা ৪,০০০ পৰ্যন্ত লোকৰ মৃত্যু হৈছিল৷ ২৬ ডিছেম্বৰৰ এই ছুনামিৰ ফলত সৃষ্টি হোৱা জলোচ্ছ্বাসে ১১ খন দেশৰ অভাৱনীয় ক্ষতি কৰে৷ এই ১১ খন দেশত চৰকাৰী হিচাপমতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১,৬৫,০০০ জন৷ ইয়াৰ ভিতৰত [[ইণ্ডোনেছিয়া]]ত মৃতকৰ সংখ্যা সৰ্বাধিক,৮০ হাজাৰ জন৷ [[শ্ৰীলংকা]]ত ৩০ হাজাৰ,[[ভাৰত]]ৰ [[তামিলনাডু]],[[পণ্ডিচেৰী]],[[অন্ধ্ৰপ্ৰদেশ]] আৰু [[কেৰেলা]]ত মুঠ মৃতকৰ সংখ্যা ১৫,০০০ জন৷ [[আন্দামান]]ত ৭,০০০ জন৷ [[ম্যানমাৰ]],[[মালয়েচিয়া]],[[থাইলেণ্ড]],[[মালদ্বীপ]] আদিতো বহু লোকৰ মৃত্যু হয়৷ বহুলোকৰ সন্ধানেই পোৱা নগল৷<ref name="গ্ৰন্থ ১" />
[[File:1755 Lisbon earthquake.jpg|left|thumb|[[1755 Lisbon earthquake|Lisbon earthquake and tsunami]] in 1755]]
 
==ধ্বংসলীলা==
 
[[File:1755 Lisbon earthquake.jpg|left|thumb|[[1755 Lisbon earthquake|Lisbon earthquake and tsunami]] in 1755]]
 
 
"https://as.wikipedia.org/wiki/ছুনামি"ৰ পৰা অনা হৈছে