ভাইৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
VII: [[dsDNA-RT virus]]es}}
 
'''ভাইৰাছ''' ({{lang-en|'''Virus'''}}) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল 'বিষ' ([[প্ৰাণী]]ৰপৰা উৎপন্ন হোৱা বিষ)৷ নিউক্লিয় প্ৰটিনৰদ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী,অবিকল্পী পৰজীৱী,অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু,যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে,কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে৷ বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে৷ ১৮৯৬ খৃ:ত '''উইলিয়াম বাইজিৰিংকে''' এ [[ধঁপাত]] পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে৷<ref name="গ্ৰন্থ ১" />
 
==প্ৰকৃতি==
38 নং শাৰী:
==ভাইৰাছৰ আকাৰ আৰু আকৃতি==
===আকাৰ===
ভাইৰাছ অতিশয় ক্ষুদ্ৰ অৰ্থাৎ [[অণু]]-আণুবীক্ষণিক (sub-microscopic) বস্তু৷ অকল ইলেক'ট্ৰন [[অণুবীক্ষণ]] যন্ত্ৰৰ সহায়তহে ভাইৰাছৰ আকাৰ জনা সম্ভৱ৷ ভাইৰাছৰ গড় ব্যাস ৮-২৮০ বা ৩০০ মিলিমাইক্ৰন৷ আকাৰৰ ফালৰপৰা আটাইতকৈ সৰু ভাইৰাছটো হ'ল ঘৰচীয়া [[জীৱ-জন্তু]]ৰ [[মুখ]] আৰু [[ভৰি]]ত ৰোগ সৃষ্টিকাৰী '''ৰাইন'ভাইৰাছ '''(আকাৰ ১০-১২nm)৷ আনহাতে,ডাঙৰ ভাইৰাছটো হ'ল '''বসন্ত ভাইৰাছ''' (আকাৰ ৩০০-৪০০nm)৷ কিছুমান ভাইৰাছৰ আকাৰ এনেধৰণৰ- হাৰ্পিছ ভাইৰাছ (১৩৩-২৩৩nm ),জলাতঙ্ক ভাইৰাছ (১২৫nm ),ইনফ্লুয়েঞ্জা ভাইৰাছ (৮০-১০০nm ),প'লিঅ' ভাইৰাছ (২৮-৩০nm )ইত্যাদি৷ <ref name="গ্ৰন্থ ১" />
{{Multiple image
|align=right
"https://as.wikipedia.org/wiki/ভাইৰাছ"ৰ পৰা অনা হৈছে