কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
 
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷ <ref name="গ্ৰন্থ ১" />
[[Image:celltypes.svg|thumb|350px|right|The cells of [[eukaryote]]s (left) and [[prokaryote]]s (right)]]
 
31 নং শাৰী:
#অৰ্ধভেদ্য আৱৰণেৰে আবৃত স্বপ্ৰজননশীল [[জীৱন]]ক্ৰিয়াৰ একক হ'ল কোষ(A.G.Lowey and P.Siekevitz,1963 )৷
#[[জীৱন]]ৰ প্ৰকাশ ঘটাবলৈ সক্ষম হোৱা এক খণ্ড প্ৰ'ট'প্লাজমক কোষ বোলে(Max Schultze,1825-1874)৷
#কোষ হ'ল [[জীৱ]]ৰ ক্ষুদ্ৰতম সুসংগঠিত একক যি অনুকূল পৰিবেশত স্বনিৰ্ভৰ আৰু স্বপ্ৰজননক্ষম৷<ref name="গ্ৰন্থ ১" />
 
==কোষৰ মাজত থকা সাধাৰণ মিল==
50 নং শাৰী:
==কোষৰ প্ৰকাৰ==
 
১৯৫৭ খৃ:ত '''ডগহাৰ্টি(Dougherty)''' এ সৰ্বপ্ৰথমে [[কোষকেন্দ্ৰ]]ৰ গঠনৰ ওপৰত ভিত্তি কৰি [[জীৱ]]জগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে৷ তেওঁ প্ৰকৃত [[কোষকেন্দ্ৰ]]বিহীন আদিম প্ৰকৃতিৰ কোষক ''প্ৰকোষকেন্দ্ৰীয় কোষ'' (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত [[কোষকেন্দ্ৰ]]যুক্ত কোষক ''সংকোষকেন্দ্ৰীয় কোষ'' (Eukaryotic cell) হিচাপে আখ্যা দিয়ে৷ আধুনিক [[জীৱ]]বিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে৷<ref name="গ্ৰন্থ ১" />
 
===প্ৰকোষকেন্দ্ৰীয় কোষ===