মানুহৰ কংকাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:শৰীৰস্থান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
5 নং শাৰী:
|first = Larry | last = Miller
|date = 2007-12-09 | publisher = Ground Report
}}</ref><ref>{{cite web|url=http://ask.yahoo.com/20010808.html |title=How many bones does the human body contain? |publisher=Ask.yahoo.com |date=2001-08-08 |accessdate=2010-03-04}}</ref><ref>[http://education.sdsc.edu/download/enrich/exploring_human.pdf Exploring our human bodies]. San Diego Supercomputer Center Education</ref> পূৰ্ণবয়স্ক হোৱাৰ পৰ্য্যায়লৈকে কিছুমান হাড় ইডালে সিডালৰ লগত যোৰ খাই শৰীৰত মুঠ ২০৬ ডাল হাড় হয়গৈ৷ মানুহৰ দেহত থকা হাড়ৰ ঘনত্ব ত্ৰিছ বছৰ বয়সৰ সময়ত সৰ্বাধিক হয় বুলি জনা যায়৷ মানুহৰ কংকালটোক দুটাভাগত ভাগ কৰিব পাৰি-অক্ষীয় কংকাল (axial skeleton) আৰু এপেণ্ডিকুলাৰ কংকাল (appendicular skeleton)৷ অক্ষীয় কংকাল মূলত: মানুহৰ ৰাজহাড় বা মেৰুদণ্ড(vertebral column),ৰিবছ কামিহাড় (rib cage) আৰু লাওখোলা (skull) ৰে গঠিত৷ এপেণ্ডিকুলাৰ কংকাল অক্ষীয় কংকালৰ সৈতে সংযোজিত হৈ থাকে আৰু ই প্ৰধানকৈ 'pectoral girdle', 'pelvic girdle' আৰু upper আৰু lower limb ৰ হাড়েৰে গঠিত৷
 
মানুহৰ কংকালে ঘাইকৈ ছটা মূল কাৰ্য্য সমাধা কৰে; অৱলম্বন (support), চলাচল (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷