নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা নৰেন্দ্ৰ মোডিৰ পৰা নৰেন্দ্ৰ মোডীলৈ Pranabnlpয়ে স্থানান্তৰ কৰিলে: প্ৰচলিত লিখিত ৰূপ।
লিড অংশ ৱিকিফাই কৰা হ'ল
1 নং শাৰী:
 
{{pp-semi-blp|small=yes}}
{{Use British English|date=August 2013}}
{{Use dmy dates|date=November 2013}}
{{Infobox officeholder
|name = নৰেন্দ্ৰ মোডী
Line 21 ⟶ 19:
|website = [http://www.narendramodi.in Official website]
}}
'''নৰেন্দ্ৰ দামোদৰ মোডী''' উত্তৰ গুজৰাটৰ মেহছানা জিলাৰ ৱাডনগৰ নামৰ এখন সৰু চহৰত ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰে। তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ২০০১ চনৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্য আৰু ১৯১৪ত হবলগীয়া ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী।
উত্তৰ গুজৰাটৰ মেহছানা জিলাৰ ৱাডনগৰ নামৰ এখন সৰু চহৰত ১৯৫০ চনৰ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা শ্ৰীনৰেন্দ্ৰ মোডী উদাৰতা, পৰোপকাৰিতা আৰু সমাজ সেৱাৰ গুণ সম্পন্ন এটা সংস্কৃতিৰ পৰিৱেশত ডাঙৰ- দীঘল হৈছিল। ষাঠিৰ দশকৰ মাজভাগত হোৱা ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল। ১৯৬৭ চনত, তেওঁ গুজৰাটৰ বানাক্ৰান্ত লোকসকলক সেৱা আগবঢ়াইছিল। দুৰ্দান্ত সাংগঠনিক ক্ষমতাৰ অধিকাৰী আৰু মানুহৰ মনস্তত্বৰ অভ্যন্তৰত গভীৰ অন্তৰ্দৃষ্টি থকা শ্ৰীমোডীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত (এবিভিপি) সেৱা আগবঢ়াইছিল আৰু গুজৰাটৰ বিভিন্ন সামাজিক-ৰাজনৈতিক আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
 
মোডী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল।<ref>{{cite news|last=Ramakrishnan|first=Venkatesh|title=A Wide Open Contest|url=http://www.frontline.in/navigation/?type=static&page=archive|accessdate=13 October 2013|date=11 April 2009}}</ref> ২০০১ চনত মোডী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰাত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছে।
 
মোডী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সদস্য। প্ৰচাৰ মাধ্যম আৰু পণ্ডিতসকলে তেওঁক এগৰাকী হিন্দু জাতিয়তাবাদী বুলি বৰ্ণনা কৰিছে। তেওঁ নিজেও সেই কথা স্বীকাৰ কৰে।<ref>{{cite news |title=Divisive Nationalist to Lead Opposition in Indian Vote |first=Gardiner|last=Harris |url=http://www.nytimes.com/2013/09/14/world/asia/polarizing-nationalist-to-lead-opposition-in-indian-elections.html |work=[[The New York Times]] |date=13 September 2013 |accessdate=15 September 2013 |location=Ahmedabad}}</ref><ref>{{cite news|journal=India Express|title=Yes, I am a Hindu nationalist: Narendra Modi|date=13 July 2013|url=http://www.indianexpress.com/news/yes-i-am-a-hindu-nationalist/1141243/|quote="Modi said he described himself as a Hindu nationalist because he was born Hindu: "I am nationalist. I'm patriotic. Nothing is wrong. I am a born Hindu. Nothing is wrong. So I'm a Hindu nationalist so yes, you can say I'm a Hindu nationalist because I'm a born Hindu."}}</ref><ref name="Menon 2012 p26">{{cite book|last=Menon|first=Kalyani Devaki|title=Everyday Nationalism: Women of the Hindu Right in India|year=2012|publisher=University of Pennsylvania Press|isbn=978-0812222340|page=26|quote=Yet, months after this violent pogrom against Muslims, the Hindu nationalist chief minister of Gujarat, Narendra Modi, went to the polls and won a resounding victory}}</ref><ref name="Mishra 2011 p188">{{cite book|last=Mishra|first=Pankaj|title=Perspectives on Modern South Asia: A Reader in Culture, History, and Representation|year=2011|publisher=Wiley-Blackwell|isbn=978-1405100625|page=188|editor=Kamala Visweswaran|quote=The chief minister of Gujarat, a young up-and-coming leader of the Hindu nationalists called Narendra Modi, quoted Isaac Newton to explain the killings of Muslims. “Every action”, he said, “has an equal and opposite reaction.”}}</ref> তেওঁ কেবল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী বিতৰ্কিত ব্যক্তি।<ref name="Controversial_Reuters">{{cite news |title=Edgy Indian state election going down to the wire |first=Rupam Jain|last=Nair |url=http://www.reuters.com/article/2007/12/12/us-india-state-poll-idUSDEL17441120071212 |agency=Reuters |date=12 December 2007 |accessdate=10 October 2012 |location=Ahmedabad}}</ref><ref name="Controversial_Time">{{cite news |title=India's Voters Torn Over Politician |first=Simon|last=Robinson |url=http://www.time.com/time/world/article/0,8599,1693370,00.html |work=[[Time (magazine)|Time]] |date=11 December 2007 |accessdate=10 October 2012 |location=Surat}}</ref><ref name="Controversial_Guardian">{{cite news |title=Gujarat leader Narendra Modi grilled for 10 hours at massacre inquiry |first=Jason|last=Burke |url=http://www.guardian.co.uk/world/2010/mar/28/gujarat-narendra-modi-massacre-inquiry-india |work=The Guardian |date=28 March 2010 |accessdate=10 October 2012 |location=Delhi}}</ref><ref name="Controversial_Independent">{{cite news |title=A rebirth dogged by controversy |first=Andrew|last=Buncombe |url=http://www.independent.co.uk/news/world/asia/a-rebirth-dogged-by-controversy-2357157.html |work=The Independent |date=19 September 2011 |accessdate=10 October 2012 }}</ref> ২০০২ৰ [[:en:2002 Gujarat violence|গুজৰাট দাংগাত]] হোৱা চৌপাশৰ ঘটনাৱলীৰ বাবে তেওঁৰ প্ৰশাসনক কঠোৰ ভাবে সমালোচনা কৰা হয়।<ref name="Controversial_Independent">{{cite news |title=A rebirth dogged by controversy |first=Andrew |last=Buncombe |url=http://www.independent.co.uk/news/world/asia/a-rebirth-dogged-by-controversy-2357157.html |work=The Independent |date=19 September 2011 |accessdate=10 October 2012 }}</ref><ref name="Controversial_Forbes">{{cite news |title=Controversial Gujarati Premier Confirmed in Office |first=Ruth |last=David |url=http://www.forbes.com/2007/12/24/narendra-modi-gujarat-face-markets-cx_rd_1224autofacescan01.html |work=Forbes |date=24 December 2007 |accessdate=10 October 2012}}</ref> গুজৰাটৰ দ্ৰুত অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা তেওঁৰ অৰ্থনৈতিক নীতিসমূহৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছে;<ref name="Controversial_NYT">{{cite news |title=Shaking Off the Horror of the Past in India |first=Manu |last=Joseph |url=http://www.nytimes.com/2012/02/16/world/asia/16iht-letter16.html |newspaper=[[The New York Times]] |date=15 February 2012 |accessdate=10 October 2012}}</ref> কিন্তু ৰাজ্যখনৰ মানৱ উন্নয়নত চকুত লগা ধনাত্মক প্ৰভাৱ পেলোৱাত বিফল হোৱা বুলি তেওঁৰ প্ৰশাসনত সমালোচনাও কৰা হৈছে।<ref>{{cite journal|last=Jaffrelot|first=Christof|title=Gujarat Elections: The Sub-Text of Modi’s ‘Hattrick’—High Tech Populism and the ‘Neo-middle Class|journal=Studies in Indian Politics|year=2013|month=June|volume=1|pages=Gujarat Elections: The Sub-Text of Modi’s ‘Hattrick’—High Tech Populism and the ‘Neo-middle Class|accessdate=30 October 2013}}</ref>
 
 
==জন্ম আৰু বাল্য শিক্ষা==
উত্তৰ<ref>https://en.wikipedia.org/wiki/Narendra_Modi</ref> গুজৰাটৰ মেহছানা জিলাৰ ৱাডনগৰ নামৰ এখন সৰু চহৰত ১৯৫০ চনৰ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা শ্ৰীনৰেন্দ্ৰ মোডী উদাৰতা, পৰোপকাৰিতা আৰু সমাজ সেৱাৰ গুণ সম্পন্ন এটা সংস্কৃতিৰ পৰিৱেশত ডাঙৰ- দীঘল হৈছিল। ষাঠিৰ দশকৰ মাজভাগত হোৱা ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল। ১৯৬৭ চনত, তেওঁ গুজৰাটৰ বানাক্ৰান্ত লোকসকলক সেৱা আগবঢ়াইছিল। দুৰ্দান্ত সাংগঠনিক ক্ষমতাৰ অধিকাৰী আৰু মানুহৰ মনস্তত্বৰ অভ্যন্তৰত গভীৰ অন্তৰ্দৃষ্টি থকা শ্ৰীমোডীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত (এবিভিপি) সেৱা আগবঢ়াইছিল আৰু গুজৰাটৰ বিভিন্ন সামাজিক-ৰাজনৈতিক আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।শৈশৱকালৰ পৰাই তেওঁ বহুতো বাধা-বিঘিনিৰ সম্মুখীন হৈছিল, কিন্তু তেওঁ প্ৰত্যাহ্বানসমূহক নিভাঁজ চাৰিত্ৰিক বল আৰু সাহসেৰে সুযোগলৈ ৰূপান্তৰ কৰিছিল। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে তেওঁ যেতিয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত যোগদান কৰিছিল, তেওঁৰ জীৱন পথ কঠিন সংগ্ৰামে আৱৰি ধৰিছিল। কিন্তু তেওঁ জীৱন যুদ্ধত সদায়ে এজন অক্লান্ত যুঁজাৰু, এজন সঁচা সৈনিক আছিল। আগলৈ খোজ পেলাই তেওঁ কেতিয়াও পাছলৈ ঘূৰি নাচাইছিল। তেওঁ পলাই যাবলৈ বা পৰাজিত হ'বলৈ কেতিয়াওঁ মান্তি নহৈছিল। এই অংগীকাৰেই তেওঁক ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিছিল। তেওঁ ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক বিকাশৰ হকে কাম কৰা সামাজিক-সাংস্কৃতিক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত (আৰএছএছ) কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু নিস্বাৰ্থতা, সামাজিক দায়িত্ব, উৎসৰ্গকৰণ আৰু জাতীয়তাবাদৰ তাৎপৰ্য অনুধাৱন কৰিছিল।আৰএছএছত সেৱা আগবঢ়োৱাৰ সময়ত, শ্ৰীনৰেন্দ্ৰ মোডীয়ে ১৯৭৪ চনৰ নৱনিৰ্মাণ দুৰ্নীতি বিৰোধী আন্দোলন আৰু ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ নেলু চেপি ধৰা দীৰ্ঘ ১৯ মাহৰ ভয়ংকৰ জৰুৰী অৱস্থাকে (জুন ১৯৭৫ৰ পৰা জানুৱাৰী ১৯৭৭) ধৰি বিভিন্ন ঘটনা প্ৰৱাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোডীয়ে এই সমগ্ৰ কালছোৱা আত্মগোপন কৰি আৰু সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰৰ ফেচীবাদী নীতিৰ বিৰুদ্ধে শক্তিশালী যুঁজ কৰি গণতন্ত্ৰৰ উদ্যম বজাই ৰাখিছিল।
Line 38 ⟶ 42:
তেওঁৰ সাৱলীল নেতৃত্বত গুজৰাটে গোটেই বিশ্বৰ পৰা ভালেমান বঁটা আৰু সন্মান লাভ কৰিছে - ইয়াৰ ভিতৰত আছে দুৰ্যোগ হ্ৰাসৰ বাবে ৰাষ্ট্ৰসংঘৰ ছচাকাৱা পুৰস্কাৰ, উদ্ভাৱনীমূলক প্ৰশাসনৰ বাবে কমনৱেল্থ এছ'চিয়েশ্বন ফ'ৰ পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড মেনেজমেণ্ট (CAPAM) পুৰস্কাৰ, ইউনেস্কো পুৰস্কাৰ, ই-প্ৰশাসনৰ বাবে ছিএছআই পুৰস্কাৰ ইত্যাদি। প্ৰকৃততে একাদিক্ৰমে তিনি বছৰ জনতাৰ দ্বাৰা এক নম্বৰ মুখ্যমন্ত্ৰী হিচাপে সমাদৃত হোৱাটোৱে তেখেতৰ সাফল্যৰ খতিয়ান ডাঙি ধৰে।বিশ্বৰ মানচিত্ৰত গুজৰাটক স্থান প্ৰদান কৰিবলৈ তেওঁৰ প্ৰৱাহমান অভিযান 'ভাইব্ৰেণ্ট গুজৰাটে', গুজৰাটক আটাইতকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত বিনিয়োগৰ গন্তব্য স্থান হিচাপে ৰূপান্তৰ কৰিছে। ২০১৩ চনত অনুষ্ঠিত হোৱা 'ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত' গোটেই বিশ্বৰ প্ৰায় ১২০ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰাটো এটা প্ৰশংসনীয় ঘটনা আছিল।যোৱা কেবা বছৰ ধৰি গুজৰাটে দুই সংখ্যাৰ উন্নয়নৰ হাৰ প্ৰত্যক্ষ কৰি আহিছে।
==তথ্য সংগ্ৰহ==
'''Notes'''
{{Reflist|2}}
{{notelist}}
'''Citations'''
{{Reflist|230em}}
 
==বাহ্যিক সংযোগ==
{{Commons category|Narendra Modi}}
{{Wikiquote}}
* [http://www.NarendraModi.in Official Website]