নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
বঁটা অংশৰ অনুবাদ
39 নং শাৰী:
==ব্যক্তিত্ব==
এটা সংক্ষিপ্ত অৱলোকনে ৰাজনৈতিক জীৱনত তৃণমূল পৰ্যায়ৰ পৰা ক্ষমতাৰ শীৰ্ষত আৰোহণ কৰালৈকে নেতা হিচাপে তেখেতৰ উত্থানৰ এই যাত্ৰাৰ খতিয়ান ডাঙি ধৰে। যদি কোনোৱাই ধাৰণা আৰু নেতৃত্বৰ আদৰ্শলৈ অৱলোকন কৰে, তেন্তে যুৱক হিচাপে চাৰিত্ৰিক বৈশিষ্ট্য, সাহস, উৎসৰ্গকৰণ আৰু দূৰদৃষ্টিৰে সৈতে তেওঁক এজন সৃষ্টিশীল নেতাৰ ৰূপত শ্ৰেষ্ঠ আৰ্হিস্বৰূপ ব্যক্তি হিচাপে দেখিবলৈ পাব। ৰাজহুৱা জীৱনত সেৱাৰ প্ৰতি এনেকুৱা গভীৰ উদ্যমী আৰু নিৰ্ধাৰিত লক্ষ্য থকা; তেওঁ গভীৰভাৱে ভালপোৱা লোকৰ দ্বাৰা সু-সমাদৃত পুৰুষ খুব কমেইহে দেখা যায়। খুব কম সময়ৰ ভিতৰতেই তেওঁ এজন ভাগ্য নিয়ন্তা পুৰুষ হিচাপে প্ৰতিষ্ঠিত হৈছে।
==বঁটা আৰু স্বীকৃতি==
* ''গুজৰাট ৰত্ন'' 'শ্ৰী পুণা গুজৰাটী সমাজ'ৰ শত বাৰ্ষিকী উপলক্ষে এই বঁটা প্ৰদান কৰা হয়।<ref>{{cite news|title=Narendra Modi to be presented 'Gujarat Ratna' today|url=http://articles.timesofindia.indiatimes.com/2012-03-18/pune/31207124_1_gujarati-community-centenary-year-kondhwa|accessdate=23 March 2012|newspaper=[[The Times of India]]|date=18 March 2012}}</ref>
তেওঁৰ সাৱলীল নেতৃত্বত গুজৰাটে গোটেই বিশ্বৰ পৰা ভালেমান বঁটা আৰু সন্মান লাভ কৰিছে - ইয়াৰ ভিতৰত আছে দুৰ্যোগ হ্ৰাসৰ বাবে ৰাষ্ট্ৰসংঘৰ ছচাকাৱা পুৰস্কাৰ, উদ্ভাৱনীমূলক প্ৰশাসনৰ বাবে কমনৱেল্থ এছ'চিয়েশ্বন ফ'ৰ পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড মেনেজমেণ্ট (CAPAM) পুৰস্কাৰ, ইউনেস্কো পুৰস্কাৰ, ই-প্ৰশাসনৰ বাবে ছিএছআই পুৰস্কাৰ ইত্যাদি। প্ৰকৃততে একাদিক্ৰমে তিনি বছৰ জনতাৰ দ্বাৰা এক নম্বৰ মুখ্যমন্ত্ৰী হিচাপে সমাদৃত হোৱাটোৱে তেখেতৰ সাফল্যৰ খতিয়ান ডাঙি ধৰে।বিশ্বৰ মানচিত্ৰত গুজৰাটক স্থান প্ৰদান কৰিবলৈ তেওঁৰ প্ৰৱাহমান অভিযান 'ভাইব্ৰেণ্ট গুজৰাটে', গুজৰাটক আটাইতকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত বিনিয়োগৰ গন্তব্য স্থান হিচাপে ৰূপান্তৰ কৰিছে। ২০১৩ চনত অনুষ্ঠিত হোৱা 'ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত' গোটেই বিশ্বৰ প্ৰায় ১২০ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰাটো এটা প্ৰশংসনীয় ঘটনা আছিল।যোৱা কেবা বছৰ ধৰি গুজৰাটে দুই সংখ্যাৰ উন্নয়নৰ হাৰ প্ৰত্যক্ষ কৰি আহিছে।
* ''ই-ৰত্ন'' 'কম্পিউটাৰ চোচাইটি অৱ ইণ্ডিয়া'ৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।<ref name=one>{{cite news |url=http://news.oneindia.in/feature/2012/twitter-followers-of-narendra-modi-cross-six-lakh.html |title=Twitter's Modi Express steams past 600,000 followers |date=1 May 2012 |accessdate=28 August 2012}}</ref>
* শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী– 'ইণ্ডিয়া টুডে' আলোচনীয়ে ২০০৬ত দেশব্যাপি এটা চাৰ্ভে চলায় আৰু মোডীক দেশখনৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ঘোষণা কৰে।<ref>{{cite news |url=http://www.indiatoday.com/itoday/20070212/nation1.html |title=Making Up For Lost Time |accessdate=12 February 2006 |work=[[India Today]] }}</ref>
* Asian Winner of the fDi Personality of the Year Award for 2009 by ''[[FDi magazine]]''.<ref>{{cite news |url=http://www.sify.com/news/modi-wins-fdi-personality-of-the-year-award-news-features-jiznt2hiece.html |title=Modi wins fDi personality of the year award |date=25 August 2009 |publisher=[[Sify]] |accessdate=26 December 2012}}</ref>
* In March 2012, Modi appeared on the cover of the Asian edition of ''[[Time (magazine)|Time]]'', one of India's few politicians to have done so.<ref name="livemint-20121222">{{cite news|url=http://www.livemint.com/Politics/PIvvXXb1O9V2vo56HiPqeO/The-many-faces-of-Narendra-Modi.html|title=The many faces of Narendra Modi|last=Pathak|first=Maulik|date=22 December 2012|work=live mint & The Wall Street Journal|accessdate=11 April 2013}}</ref>
 
==তথ্য সংগ্ৰহ==
'''Notes'''