কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লক্ষ পৃষ্ঠাৰ নাম-ক পুনৰ্নিৰ্দেশ কৰা হ'ল
removed wrong redirect tag
1 নং শাৰী:
#REDIRECT [[লক্ষ পৃষ্ঠাৰ নাম]]
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷ <ref name="গ্ৰন্থ ১" />
[[Image:celltypes.svg|thumb|350px|right|The cells of [[eukaryote]]s (left) and [[prokaryote]]s (right)]]