উৰ্মিলা মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

24 নং শাৰী:
উৰ্মিলা মহন্তই শৈশৱৰে পৰা বিভিন্ন নাটক আদিত অভিনয় কৰি প্ৰশংসা তথা বঁটা আদি লাভ কৰিছিল৷ <ref name="coverstory"/> পৰৱৰ্ত্তীকালত তেওঁ দুৰদৰ্শন (NE) যোগে প্ৰচাৰিত বিভিন্ন ধাৰাবাহিক যেনে 'Murder','''<nowiki> '</nowiki>'''Tejimola' আদিত অভিনয় কৰিছিল৷ <ref name="coverstory2">{{cite web|url=http://www.sentinelassam.com/sunday/melange_cover_story.php?sec=7&subsec=0&id=1162&dtP=2012-05-14&ppr=2#1162 |title=The Sentinel |publisher=Sentinelassam.com |date= |accessdate=2012-12-31}}</ref> ইয়াৰ লগতে উৰ্মিলাই বিভন্ন চুটি কথাছবিত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰিছে৷ তেওঁ অভিনয় কৰা 'Aaliya' নামৰ চুটি কথাছবিখনে ২০১২ চনৰ মুম্বাইত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বিশেষ বঁটা (Special Critic Award) লাভ কৰে৷ <ref name="coverstory2" /> তেওঁ অসমীয়া গায়িকা তৰালি শৰ্মাৰ 'হেঙুলীয়া' নামৰ গীতৰ এলবামটো অভিনয় কৰিছে৷
 
গোৱাত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উৰ্মিলা মহন্ত তামিল চলচ্চিত্ৰ পৰিচালক বালাজী শক্তিভেল (Balaji Sakthivel) ৰ চকুত পৰে৷ ইয়াৰ পিছত প্ৰায় দুবছৰজুৰি চলা নিৰ্বাচন প্ৰক্ৰিয়াত কেইবাটাও অডিশ্যনৰ শেষত তেওঁ ভালেসংখ্যক প্ৰাৰ্থীৰ মাজৰ পৰা উৰ্মিলা মহন্তক তেওঁ পৰিচালনা কৰা থ্ৰিলাৰ বোলছবি <nowiki>''</nowiki>''<nowiki>Vazhakku Enn 18/9''</nowiki>''<ref name="bestdecision"/><ref>[http://www.deccanchronicle.com/channels/showbiz/kollywood/urmila-fresh-face-kollywood-337 ]{{dead link|date=December 2012}}</ref> ৰ বাবে নিৰ্বাচন কৰে৷ উৰ্মিলাই এই বোলছবিত শ্লামসমূহত বাস কৰা 'জ্যোতি (Jyothi)' নামৰ ঘৰৰ বন কৰাৰ মহিলা এগৰাকীৰ চৰিত্ৰটোত কৰা বলিষ্ঠ অভিনয়ৰ বাবে উচ্চ প্ৰশংসা লাভ কৰে৷<ref name="timesofindia">{{cite web|url=http://timesofindia.indiatimes.com/entertainment/regional/tamil/movie-reviews/Vazhakku-Enn-18/9/movie-review/12995387.cms |title=Vazhakku Enn 18/9 movie review: Wallpaper, Story, Trailer at Times of India |publisher=Timesofindia.indiatimes.com |date= |accessdate=2012-12-31}}</ref> এই বোলছবিখনে চিনেমাৰ জগতত বহুলভাৱে প্ৰশংসা লাভ কৰে৷<ref>{{cite web|url=http://www.indiaglitz.com/channels/tamil/review/12103.html |title=Vazhakku Enn 18 / 9 Tamil Movie Review - cinema preview stills gallery trailer video clips showtimes |publisher=IndiaGlitz |date=2012-05-03 |accessdate=2012-12-31}}</ref> <ref>{{cite web|url=http://aplive.net/?p=30733 |title=Premalo Padithe Movie Review @ 3/5 |publisher=Aplive.Net |date=2012-05-04 |accessdate=2012-12-31}}</ref> সমালোচকৰ দৃষ্টিত এই বোলছবিখন প্ৰশংসনীয়<ref>{{cite web|url=http://www.sify.com/movies/vazhakku-enn-18-9-review-tamil-14997788.html |title=Movie Review:Vazhakku Enn 18/9 |publisher=Sify.com |date= |accessdate=2012-12-31}}</ref> , নিশ্চিতভাৱে চাবলগীয়া (must-watch)<ref>{{cite web|url=http://www.rediff.com/movies/review/south-review-vazhakhu-is-a-must-watch/20120504.htm |title=Review: Vazhakku En 18/9 is a must-watch - Rediff.com Movies |publisher=Rediff.com |date=2012-05-04 |accessdate=2012-12-31}}</ref> আৰু বছৰটোৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ<ref name="timesofindia"/> হিচাপে স্বীকৃতি লাভ কৰে৷ ইয়াৰ পিছত তেওঁ পৰিচালক অজিতা সুচিত্ৰা ৱীৰা (Ajita Suchitra Veera)ৰ ''Ballad of Rustom'' (''Rustom Ki Dastaan'') নামৰ চলচ্চিত্ৰখনত সহ:অভিনয় কৰে৷ এই বোলছবিখনে ইতিমধ্যে ১২তম Osian's Cinefan Festival of Asian and Arab Cinema ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে৷ <ref name="coverstory"/> শেহতীয়াকৈ এই চলচ্চিত্ৰখনে অস্কাৰ বঁটাৰ বাবে মনোনীত (short-listed) হোৱা চলচ্চিত্ৰসমূহৰ তালিকাত স্থান পাইছে৷<ref name "the_hindu">http://www.thehindu.com/news/cities/Hyderabad/ballad-of-rustom-for-oscars/article5542283.ece</ref>
 
বৰ্তমান উৰ্মিলা মহন্তই পৰিচালক দিলীপ কে মুখাৰিয়া (Dilip K. Mukharia) ৰ সৈতে মূখ্য ভূমিকাত অভিনিত বলিউডৰ প্ৰথমখন বোলছবিৰ বাবে কাম কৰি আছে৷ <ref name="coverstory"/>